লীনাক্স: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

doesnt work here
31 নং শাৰী:
[[প'জিক্স]](POSIX) নামেৰে এলানী সৰ্বজনমান্য নিৰ্দেশনা অনুসিৰ SYSV আৰু BSDনামৰ দুইধৰণৰ ধাৰাত লীনাক্স অপাৰেটিং চিষ্টেম তৈয়াৰ কৰা হৈছে। সাধাৰণভাবে ইয়াক [[ইউনিক্স]] (UNIX) নামৰ এবিধ বহুপ্ৰচলিত অপাৰেটিং চিষ্টেমৰ নিচিনা বুলি কব পৰা যায়।
 
অপাৰেটীংঅপাৰেটিং চিষ্টেমৰ নাম লীনাক্স হলেও প্ৰকৃততে ইয়াৰ [[কাৰ্ণেল]] অৰ্থাৎ চফ্টৱেৰৰ যি অংশই কম্পিউটাৰটো মুলত: পৰিচালনা কৰে তাৰ নামহে লীনাক্স। এই [[কাৰ্ণেলৰ]] মূল স্ৰষ্টা [[লাইনাচ টৰ্ভেল্ডচ]]-অৰ নাম অনুসৰি ইয়াৰ নাম লীনাক্স ৰখা হৈছে। ইয়াৰ [[চ'ৰ্ছ ক'ড]] সাৰ্বজনীন – অৰ্থাৎ বিনামূল্যে উপলব্ধ আৰু সত্বাধিকাৰ মুক্ত। এনেধৰণে সত্বসংৰক্ষণ বাহাল ৰাখিবৰ বাবে ইয়াক [[জি এন ইউ]] সাৰ্বজনীন লাইচেন্সৰ অধীনত বিতৰণ কৰা হয়। এই কাৰ্ণেল আৰূআৰু ইয়াক ব্যৱহাৰ কৰি চলাব পৰা অন্যান্য প্ৰগৰেম সন্নিবিষ্ট কৰি এক পূৰ্ণাংগ ব্যৱহাৰযোগ্য অপাৰেটিং চিষ্টেমৰূয়পে বিতৰণ কৰা হয় কাৰণে জনপ্ৰিয়ভাৱে অপাৰেটিং চিষ্টেমটোক লীনাক্স বোলা হয়। সাধাৰণতে ওপৰোক্ত সন্নিবিষ্ট প্ৰগ্ৰেমবিলাকো জি এন ইউ লাইচেন্সযুক্ত হয়। ফলস্বৰূপে পৰিবহন আৰু বিতৰণৰ বাবে হোৱা খৰচ বাদ দিলে লীনাক্স অন্য যিকোনো ব্যাৱসায়ীক ভাৱে তৈয়াৰ কৰা অপাৰেটিং চিষ্টেম যেনে [[মাইক্ৰচফ্ট]] উইন্ড'জ এক্স পি, [[এপল]] মেক অ' এচ আদিৰ লগত ফেৰ মাৰিব পৰা অথচ বিনামূলীয়াকৈ পোৱা যায়।
 
লীনাক্স কাৰ্ণেল লাইনাচ টৰ্ভেল্ডচ-এ ১৯৯১ চনত লিখা আৰম্ভ কৰে। ইয়াৰ কাৰণে ১৯৮৩-ত ৰিচাৰ্ড ষ্টলমেনৰ উদ্যমত প্ৰতিস্থিত ফ্ৰী চফটৱেৰ ফাউণ্ডেশ্যন (FSF) নামে অব্যৱসায়ীক সংস্থাৰ সৌজন্যত প্ৰাপ্ত জি এন ইউ (GNU) লাইচেন্সযুক্ত চফ্টৱেৰ লাইব্ৰেৰী আৰু প্ৰগ‌্ৰেমিঙৰপ্ৰগ্ৰেমিঙৰ সাধনসমূহ ব্যৱহাৰ কৰা হয়। সেয়ে লীনাক্সক কেতিয়াবা-কেতিয়াবা জি-এন-ইউ/লীনাক্স বুলিও উল্লেখ কৰা দেখা যায়।
 
[[Image:Linux_Distribution_Timeline.svg|thumb|right|[http://futurist.se/gldt/ GNU/Linux Distro Timeline], timeline representing the development of various Linux distributions.]]
"https://as.wikipedia.org/wiki/লীনাক্স"ৰ পৰা অনা হৈছে