ওপজা সোণৰ মাটি (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''ওপজা সোণৰ মাটি''' ({{Lang-en|Opaja Sonar Mati}} ১৯৭২ চনত মুক্তি পোৱা [[:en: Cooperative movement in India|সমবায় আন্দোলনৰ]] ওপৰত আধৰিত এটা কাহিনীৰে নিৰ্মিত এখন অসমীয়া ছবি। ছবিখন পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই। বৰুৱাই মুঠতে ৫ খন ছবি পৰিচালনা কৰিছিল। তেখেতৰ শেষ পৰিচালিত ছবি ওপজা সোণৰ মাটি। এই ছবিখনৰ শ্বটিংশ্বুটিং হৈছিল [[লক্ষীমপুৰ জিলা|লক্ষীমপুৰ]]ত । কিন্তু তেখেতে এই ছবিখন শেষ কৰিবলৈ নাপালে। ছবিখনৰ শ্বুটিং কৰি থকা অৱস্থাত তেখেতৰ মৃত্যু হয়। ওপজা সোণৰ মাটি ব্যৱসায়িকভাৱে সফল ছবি।
 
ছবিখনে ১৯৭২ত শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।
28 নং শাৰী:
# এই ভালপোৱা যদি হয় ভৰা নদী মই তাতে ঢৌ হৈ জাগি ৰম- কথা-কেশৱ মহন্ত, শিল্পী-দ্বীপেন বৰুৱা, পাহাৰী শইকীয়া
# কাকিনী তামোলৰ পাত লৰে-চৰে, মাণিকী ঢকুৱাৰো মন লৰে- শি-পাহাৰী শইকীয়া
# অ’ আঘোণৰে আলফুলী বতাহচাটি, ৰ’দ-কাচলি ল’লি দেখোন আঁচল পাতি- [[দ্বীপেন বৰুৱা]], [[ৰমেন বৰুৱা]], কৃষ্ণা বৰ্মণ, [[পাহাৰী শইকীয়া]], [[নীলিমা খাটুনখাতুন]] আদি
 
==বঁটা আৰু সন্মান==