ওপজা সোণৰ মাটি (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''ওপজা সোণৰ মাটি''' ({{Lang-en|Opaja Sonar Mati}}) ১৯৭২ চনত মুক্তি পোৱা [[:en: Cooperative movement in India|সমবায় আন্দোলনৰ]] ওপৰত আধৰিত এটা কাহিনীৰে নিৰ্মিত এখন অসমীয়া ছবি। ছবিখন পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই। বৰুৱাই মুঠতে ৫ খন ছবি পৰিচালনা কৰিছিল। তেখেতৰ শেষ পৰিচালিত ছবি ওপজা সোণৰ মাটি। এই ছবিখনৰ শ্বুটিং হৈছিল [[লক্ষীমপুৰ জিলা|লক্ষীমপুৰ]]ত । কিন্তু তেখেতে এই ছবিখন শেষ কৰিবলৈ নাপালে। ছবিখনৰ শ্বুটিং কৰি থকা অৱস্থাত তেখেতৰ মৃত্যু হয়। ছবিখন প্ৰযোজনা কৰিছিল মেচাৰ্চ প্ৰগতি চিনে প্ৰ’ডাকচন লিমিটিডে, সঙ্গীত পৰিচালনা কৰিছিল [[ৰমেন বৰুৱা]]ই আৰু চিত্ৰগ্ৰহণ কৰিছিল [[নলীন দুৱৰা]]ই। ওপজা সোণৰ মাটি ব্যৱসায়িকভাৱে সফল ছবি।
 
ছবিখনে ১৯৭২ত শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।