ওপজা সোণৰ মাটি (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Reference edited with ProveIt
Reference edited with ProveIt
2 নং শাৰী:
| name = ওপজা সোণৰ মাটি <br />Opoja Sonar Mati
| image = Opaja Sonar Mati.jpg
| image size = 200px160px
| alt =
| caption = 'ওপজা সোণৰ মাটি'ৰ পোষ্টাৰ
| director = ব্ৰজেন বৰুৱা
| producer = মেচাৰ্চ প্ৰগতি চিনে প্ৰ’ডাকচন লিঃ
| producer =
| writer =
| screenplay =
13 নং শাৰী:
| narrator =
| starring =
| music = ৰমেন বৰুৱা
| choreography =
| cinematography = নলীন দুৱৰা
| editing =
| studio =
26 নং শাৰী:
| gross =
}}
'''ওপজা সোণৰ মাটি''' ({{Lang-en|Opaja Sonar Mati}}) ১৯৭২ চনত মুক্তি পোৱা [[:en: Cooperative movement in India|সমবায় আন্দোলনৰ]] ওপৰত আধৰিত এটা কাহিনীৰে নিৰ্মিত এখন অসমীয়া ছবি। ছবিখন পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই। বৰুৱাই মুঠতে ৫ খন ছবি পৰিচালনা কৰিছিল। তেখেতৰ শেষ পৰিচালিত ছবি ওপজা সোণৰ মাটি। এই ছবিখনৰ শ্বুটিং হৈছিল [[লক্ষীমপুৰ জিলা|লক্ষীমপুৰ]]ত । কিন্তু তেখেতে এই ছবিখন শেষ কৰিবলৈ নাপালে। ছবিখনৰ শ্বুটিং কৰি থকা অৱস্থাত তেখেতৰ মৃত্যু হয়। ছবিখন প্ৰযোজনা কৰিছিল মেচাৰ্চ প্ৰগতি চিনে প্ৰ’ডাকচন লিমিটিডে, সঙ্গীত পৰিচালনা কৰিছিল [[ৰমেন বৰুৱা]]ই আৰু চিত্ৰগ্ৰহণ কৰিছিল [[নলীন দুৱৰা]]ই।<ref name="dff">{{Cite web |title=20th National Awards for Films |url=https://www.dff.nic.in/images/Documents/94_22ndNfacatalogue.pdf |accessdate=10-10-2019}}</ref> ওপজা সোণৰ মাটি ব্যৱসায়িকভাৱে সফল ছবি।
 
ছবিখনে ১৯৭২ত শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।<ref name="dff" />
 
==প্ৰেক্ষাপট==
36 নং শাৰী:
সমবায় আন্দোলনটোৱে চুতুৰ্থ দশকমানৰ পৰা সপ্তম দশকমানলৈ সমগ্ৰ ভাৰত জুৰি এক উৎসাহৰ ঢল আনিছিল। স্বাভাৱিকভাৱেই অসম তাৰ ব্যতিক্ৰম নাছিল। অসমৰ সাহিত্য-সংস্কৃতিতো তাৰ প্ৰভাব পৰিছিল।
১৯৫২ চনত প্ৰকাশিত হিতেশ ডেকাৰ প্ৰথম উপন্যাস “আজিৰ মানুহ”ত সমবায় আন্দোলনটোৱে মানুহৰ মনলৈ যি উৎসাহ আনিছিল, যি নতুন সপোন দেখুৱাইছিল, তাৰ প্ৰতিফলন ঘটিছে।
ওপজা সোণৰ মাটিৰ বিষয়-বস্তুও মূলতঃ সমবায় কেন্দ্ৰিক। ছবিখনৰ যোগেদি সমবায় আন্দোলনে কৃষিক্ষেত্ৰত আনিব পৰা সুফলৰসম্ভাৱনীয়তাৰ প্ৰতিফলন ঘটিছে।
 
==কাহিনী==
42 নং শাৰী:
হেমন্তৰ পৰিকল্পনাত গাঁৱৰে সুদখোৰ মহাজন উমাৰাম সচকিত হৈ উঠিল। কাৰণ উমাৰামে উচ্চহাৰৰ সুদত মাটি বন্ধকী লৈ গাঁওবাসীক টকা ধাৰে দিছিল আৰু বেংকৰ পৰা ৰাইজে ঋণ লবলৈ ধৰিলে তেওঁৰ সান্দহ খোৱা বালি তল যাব। তাৰোপৰি পূৰ্ণিমাৰ সৈতে থকা হেমন্তৰ হলিগলিক তেওঁ সহজভাবে লব পৰা নাছিল। হেমন্তৰ বাপেকে তেওঁৰ ওচৰত বন্ধকী থোৱা দুই পুৰা মাটিত চহৰৰ এজন চহকী মানুহ নিৰ্মল হাজৰিকাক এটা কাৰখানা খুলিবলৈ প্ৰৰোচিত কৰিবলৈ ধৰিলে। কিন্তু হাজৰিকাৰ এই আঁচনিত বাধা হৈ থিয় দিলে পুতেক পঙ্কজ আৰু জীয়েক অৰ্পনা। পঙ্কজ হেমন্তৰ পুৰণি বন্ধু; আনহাতে অৰ্পনায়ো হেমন্তৰ প্ৰতি অন্তৰত এক কোমল অনুভূতি পুহি ৰাখিছিল। বাপেকে পঙ্কজক ঘৰৰ পৰা উলিয়াই দিয়াত এখন ট্ৰেক্টৰ লৈ হেমন্তক সহায়ৰ হাত আগবঢ়াবলৈ পঙ্কজ কদমণি পালেহি।
অৰ্পনাই বাপেকৰ অসৎ কাৰ্য-কলাপৰ তেতিয়ালৈ বিৰোধিতা কৰি গ’ল। এদিন বাপেকে নিজৰ ভুল উপলব্ধি কৰি কদমণিলৈ গ’ল। কিন্তু তাত গৈ তেওঁ পুত্ৰ পঙ্কজৰ ট্ৰেজিক মৃত্যু নিজ চকুৰে দেখিবলগীয়া হ’ল।
অৱশেষত নিৰ্মল হাজৰিকায়ো সেউজ বিপ্লৱ্ৰ লক্ষ্যৰে গঠিত কৃষি সমবায় সমিতিত জড়িত হৈ পৰিল।<ref name="dff" />
 
==অভিনয় শিল্পী==
50 নং শাৰী:
*অনুৰাধা শইকীয়া
*পৰেশ বৰা
*বিজু ফুকন<ref name="dff" />
 
==গীত==
68 নং শাৰী:
 
==বঁটা আৰু সন্মান==
ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ২০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬২) লাভ কৰিছিল। এই বঁটাত প্ৰযোজকলৈ নগদ ৫০০০ টকা আৰু পৰিচালকলৈ এটা ৰূপৰ মেডেল আগবঢ়োৱা হৈছিল।<ref name="dff" />
 
==তথ্য উৎস==