ওপজা সোণৰ মাটি (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
31 নং শাৰী:
 
==প্ৰেক্ষাপট==
ঊনৈশ শতিকাৰ শেহৰ পিনে যি অৰ্থনৈতিক সংকট আৰু অশান্ত অৱস্থাই বিৰাজ কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত ভাৰতত সমবায় আন্দোলনে গা কৰি উঠিছিল। শিল্পবিপ্লৱে ভাৰতৰ গৰিষ্ঠসংখ্যক মানুহৰ জীৱিকাৰ উপায় কুটীৰশিল্প আৰু কষিখণ্ডত মোক্ষম আঘাত হানিছিল।<ref name="you">{{Cite web |title=History of Cooperative Movement in India |url=http://www.yourarticlelibrary.com/essay/history-of-cooperative-movement-in-india/32000 |accessdate=10-10-2019}}</ref> জমিদাৰীতন্ত্ৰয়ো খেতিয়কক এনেকৈ শোষণ কৰিছিল যে তেওঁলোকে মাটিৰ খাজানাখিনিও গোটাবলৈ সক্ষম নহৈছিল। ১৯০৪ চনত বৃটিছ চৰকাৰে প্ৰথমবাৰৰ বাবে কো-অপাৰেটিভ ক্ৰেডিট চোচাইটিজ এক্ট গৃহীত কৰে। ইয়াৰ দুৰ্বলতাবোৰ আঁতৰাবলৈ ১৯১২ চনত আকৌ এখন নতুন সমবায় আইন গৃহীত কৰা হয়।<ref name="history">{{Cite web |title=History of Cooperative Movement in India |url=http://www.yourarticlelibrary.com/essay/history-of-cooperative-movement-in-india/32000 |accessdate=10-10-2019}}</ref> সমবায় আন্দোলনটোৱে চুতুৰ্থ দশকমানৰ পৰা সপ্তম দশকমানলৈ সমগ্ৰ ভাৰত জুৰি এক উৎসাহৰ ঢল আনিছিল। স্বাভাৱিকভাৱেই অসম তাৰ ব্যতিক্ৰম নাছিল। অসমৰ সাহিত্য-সংস্কৃতিতো তাৰ প্ৰভাব পৰিছিল।
 
সমবায় আন্দোলনটোৱে চুতুৰ্থ দশকমানৰ পৰা সপ্তম দশকমানলৈ সমগ্ৰ ভাৰত জুৰি এক উৎসাহৰ ঢল আনিছিল। স্বাভাৱিকভাৱেই অসম তাৰ ব্যতিক্ৰম নাছিল। অসমৰ সাহিত্য-সংস্কৃতিতো তাৰ প্ৰভাব পৰিছিল।
১৯৫২ চনত প্ৰকাশিত হিতেশ ডেকাৰ প্ৰথম উপন্যাস “আজিৰ মানুহ”ত সমবায় আন্দোলনটোৱে মানুহৰ মনলৈ যি উৎসাহ আনিছিল, যি নতুন সপোন দেখুৱাইছিল, তাৰ প্ৰতিফলন ঘটিছে।
ওপজা সোণৰ মাটিৰ বিষয়-বস্তুও মূলতঃ সমবায় কেন্দ্ৰিক। ছবিখনৰ যোগেদি সমবায় আন্দোলনে কৃষিক্ষেত্ৰত আনিব পৰা সম্ভাৱনীয়তাৰ প্ৰতিফলন ঘটিছে।
 
==কাহিনী==