ধেমাজি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
72 নং শাৰী:
২০১১ চনৰ লোকপিয়ল অনুসৰি,<ref>{{cite web|url=http://www.censusindia.net/results/town.php?stad=A&state5=999|archiveurl=https://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999|archivedate=2004-06-16|title= Census of India 2001: Data from the 2011 Census, including cities, villages and towns (Provisional)|accessdate=2008-11-01|publisher= Census Commission of India}}</ref> ধেমাজিৰ জনসংখ্যা ১২,৮১৬ জন। ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা। ধেমাজিৰ সাক্ষৰতাৰ হাৰ ৯২%। তাৰে ভিতৰত পুৰুষৰ সাক্ষৰতা হাৰ ৯৪% আৰু মহিলাৰ ৮৯%। ধেমাজিৰ মুঠ জনসংখ্যাৰ ১১% ছবছৰৰ তলৰ শিশু।
== যাতায়ত ==
১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ধেমাজিৰ মাজেৰে পাৰ হৈ [[বগীবিল দলংবগীবিলদলং|বগীবিল দলঙেৰে]] [[ডিব্ৰুগড়]]ৰ [[লাহোৱাল]]লৈ গৈছে। ধেমাজি চহৰত ৰঙিয়া ৰে'ল সংগমণ্ডলৰ অধীনৰ [[ধেমাজি ৰে'ল ষ্টেচন]] অৱস্থিত। ইয়াৰ দ্বাৰা ধেমাজি [[গুৱাহাটী]],
[[ডিব্ৰুগড়]] আৰু মুৰকংচেলেকৰ লগত ৰে'লেৰে সংযোজিত। ধেমাজিৰ আটাইতকৈ ওচৰৰ বিমানবন্দৰ হল [[উত্তৰ লখিমপুৰ]]ৰ [[লীলাবাৰী বিমানবন্দৰ]]।
 
==তথ্য উৎস==
"https://as.wikipedia.org/wiki/ধেমাজি"ৰ পৰা অনা হৈছে