গ্ৰেগ লিয়নাৰ্ড চেমেনজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
29 নং শাৰী:
| website =
}}
'''গ্ৰেগ লিয়নাৰ্ড চেমেনজা''' (জন্ম: ১২ জুলাই ১৯৫৬) জনছ হপকিন্স স্কুল অফ মেডিচিনত শিশু চিকিৎসা, ৰেডিয়েছন অংক'লজি, জীৱবৈজ্ঞানীক ৰসায়ন, কৰ্কট ৰোগৰ অধ্যাপক। তেওঁ কোষ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ভাছকুলাৰ প্ৰগ্ৰেমৰ নিৰ্দেশক হিচাপে সেৱা আগবঢ়ায়ছিল।<ref>{{cite web|url=http://www.hopkinsmedicine.org/profiles/results/directory/profile/0800056/gregg-semenza|title=Gregg L. Semenza, M.D., Ph.D.|publisher=}}</ref> তেওঁ ২০১৬ চনত চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা লাভ কৰিছিল।<ref>{{cite web|url=http://www.laskerfoundation.org/awards/show/oxygen-sensing-essential-process-survival/|title=Oxygen sensing – an essential process for survival - The Lasker Foundation|first=Lasker|last=Foundation|website=The Lasker Foundation}}</ref> তেওঁ এইছআইএফ-১ আৱিষ্কাৰ কৰাৰ বাবে বিশেষভাবে জনাজাত। ই কৰ্কট ৰোগৰ কোষ সমূহক অক্সিজেনৰ অভাৱত অনুকূল কৰি লয়। তেওঁ [[পিটাৰ জন ৰেটক্লিফ]] আৰু [[উইলিয়াম কেলিন জুনিয়ৰ]]ৰ সৈতে "অক্সিজেনৰ উপলব্ধতাৰ ওপৰত কোষ সমূহে কেনেকৈ সংবেদন লাভ কৰে আৰু নিজকে সেই পৰিৱেশৰ উপযোগী কৰি লয় আৱিষ্কাৰ"ৰ বাবে ২০১৯ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।<ref name=Nobel>{{cite web|url=https://www.nobelprize.org/prizes/medicine/2019/summary/|title=The Nobel Prize in Physiology or Medicine 2019|website=NobelPrize.org|language=en-US|access-date=2019-10-07}}</ref><ref name="NYT=20191007">{{cite news |last1=Kolata |first1=Gina |last2=Specia |first2=Megan |title=Nobel Prize in Medicine Awarded for Research on How Cells Manage Oxygen - The prize was awarded to William G. Kaelin Jr., Peter J. Ratcliffe and Gregg L. Semenza for discoveries about how cells sense and adapt to oxygen availability. |url=https://www.nytimes.com/2019/10/07/health/nobel-prize-medicine.html |date=7 October 2019 |work=[[The New York Times]] |accessdate=8 October 2019 }}</ref>
 
==তথ্য উৎস==
{{reflist}}
 
{{২০১৯ চনৰ ন'বেল বঁটা বিজয়ী}}
 
[[শ্ৰেণী:ন’বেল বঁটা বিজয়ী]]