নামঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 নং শাৰী:
=='''বৈশিষ্ট'''==
 
শংকৰদেৱৰ আজ্ঞা মানি মাধৱদেৱে ঘোষা লিখিবলৈ লওঁতে হাতত কলম লৈ চিন্তা কৰি থকা দেখি তেওঁ প্ৰথম ঘোষাফাঁকি লিখি দিলে। তাৰ পিছতে মাধৱদেৱে লিখি গৈ মুঠ এহেজাৰ এটাএক ফাঁকিৰেফাঁকিত সম্বলিতসামৰণি মাৰিলে। দ্বিতীয়ফাঁকিৰ পৰা মাধৱদেৱে লিখা বাবে নাম ঘোষাক ''হেজাৰী ঘোষা'' বুলিও কোৱা হয়। মাধৱদেৱৰ আন এটা নাম ''বঢ়াৰ পো'' । সেইবাবে হেজাৰী ঘোষাতো এফাঁকি বেছি।
 
নামঘোষাখন চাৰিটা ছন্দত লিখা।
"https://as.wikipedia.org/wiki/নামঘোষা"ৰ পৰা অনা হৈছে