নামঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

6 নং শাৰী:
{{gap}}ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য
{{gap}}ভজো হেন দেৱ যদুপতি।।"</poem>
তাৰ পিছতে মাধৱদেৱে লিখি গৈছিল এনেকৈ-
<poem>"যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱসিন্ধু তৰি
21 নং শাৰী:
{{gap}}{{gap}}সত্য শুদ্ধ জ্ঞান অখণ্ডিত।
আৱৰ যতেক ইটো{{gap}} তোমাৰ বিনোদ ৰূপ
{{gap}}{{gap}}চৰাচৰ মায়াৰ কল্পিত।। </poem>
মায়াক ঈশ্বৰৰ বিনোদ ৰূপ বুলি কোৱা হৈছে। এই ৰূপক ভক্তিবিৰোধীসকলে সঁচা বুলি ভাবি বিভ্ৰান্তিত পৰে। নামঘোষাত কৈছে-
<poem>দুৰ্বাৰ দুঃসঙ্গ দুৰ্বাসনা দুষ্ট {{gap}} হৰি হৰি হৰি হৰি এ
{{gap}}{{gap}} অনাদি অবিদ্যা আপুনি ভৈলো মোহিত।
অনাত্মা দেহক আত্মা বুদ্ধি কৰি {{gap}} হৰি হৰি হৰি হৰি এ
{{gap}}{{gap}}তুমি পৰমাত্মা ঈশ্বৰ ভৈলো বঞ্চিত।। </poem>
 
নামঘোষাই ভগৱৎ ভক্তিৰ মাজত আনন্দৰ উৎস নিৰূপণ কৰি দিছে। আনন্দৰূপক ঘোষাশাস্ত্ৰত ৰসময় ভকতিত পৰিণত কৰি ৰসময় ভকতিৰ যোগেদি মুক্তি পথৰ সন্ধান দিয়া হৈছে। ঘোষাৰ মাজত মাধৱদেৱে দাস্যভক্তিৰো প্ৰকাশ ঘটাইছে।
"https://as.wikipedia.org/wiki/নামঘোষা"ৰ পৰা অনা হৈছে