ৰঙিয়া ৰাইজমেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Reference edited with ProveIt
25 নং শাৰী:
| notes =
}}
'''ৰঙিয়া ৰাইজমেল''' ({{Lang-en|Rangia Raijmel}}) ৰঙিয়া তহচিলৰ কৃষকসকলে বৃটিছৰ বৰ্দ্ধিত ভূমিকৰৰ বিৰুদ্ধে গঢ়ি তোলা এটা কৃষক বিদ্ৰোহ। এই বিদ্ৰোহ সংঘটিত হৈছিল ১৮৯৪ চনৰ ১০ জানুৱাৰীত। সেইদিনা প্ৰায় তিনিহাজাৰ খেতিয়কে লাঠি-টোকানসহ ৰঙিয়া থানাৰ সন্মুখত অৱস্থান কৰিছিল। বিদ্ৰোহীসকলৰ আক্ৰমণত কামৰূপৰ ডেপুটি কমিচনাৰ মেকাবি (R.B. Mecabe) চাহেবৰ মৃত্যু হয়। তেতিয়া পুলিছে গুলি চলায়। চৰকাৰীভাবে সেই গুলীচালনাত এজনো লোকৰ মৃত্যু হোৱা নাই বুলি কোৱা হৈছিল যদিও জনশ্ৰুতিমতে সোতৰজন লোকৰ মৃত্যু হৈছিল।<ref name="gagan">{{Cite journal |authorlink=গগণ কলিতা |year=২০১৬ |title=ৰাইজমেল: গগণ ডেকা |journal=বল্লভা প্ৰবাহ: ৰঙিয়া আলোচনী সভাৰ স্মৃতিগ্ৰন্থ, পৃঃ ১০০-১০৫}}{{Cite journal |authorlink=গগণ কলিতা |year=২০১৬ |title=ৰাইজমেল: গগণ ডেকা |journal=বল্লভা প্ৰবাহ: ৰঙিয়া আলোচনী সভাৰ স্মৃতিগ্ৰন্থ, পৃঃ ১০০-১০৫}}</ref><ref name="ila">{{Cite journal |authorlink=ইলা দেৱী অধিকাৰী |year=২০১৬ |title=ৰঙিয়া থানাৰ কথা |journal=বল্লভা প্ৰবাহ: ৰঙিয়া আলোচনী সভাৰ স্মৃতিগ্ৰন্থ, পৃঃ ১১১-১১৩}}</ref>
 
==ঐতিহাসিক প্ৰেক্ষাপট==