ৰঙিয়া ৰাইজমেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Babulbaishya (আলোচনা | বৰঙণি) অ Reference edited with ProveIt |
Babulbaishya (আলোচনা | বৰঙণি) অNo edit summary |
||
25 নং শাৰী:
| notes =
}}
'''ৰঙিয়া ৰাইজমেল''' ({{Lang-en|Rangia Raijmel}}) ৰঙিয়া তহচিলৰ কৃষকসকলে বৃটিছৰ বৰ্দ্ধিত ভূমিকৰৰ বিৰুদ্ধে গঢ়ি তোলা এটা কৃষক বিদ্ৰোহ। এই বিদ্ৰোহ সংঘটিত হৈছিল ১৮৯৪ চনৰ ১০ জানুৱাৰীত। সেইদিনা প্ৰায় তিনিহাজাৰ খেতিয়কে লাঠি-টোকানসহ ৰঙিয়া থানাৰ সন্মুখত অৱস্থান কৰিছিল। বিদ্ৰোহীসকলৰ আক্ৰমণত কামৰূপৰ ডেপুটি কমিচনাৰ মেকাবি (R.B. Mecabe) চাহেবৰ মৃত্যু হয়। তেতিয়া পুলিছে গুলি চলায়। চৰকাৰীভাবে সেই গুলীচালনাত এজনো লোকৰ মৃত্যু হোৱা নাই বুলি কোৱা হৈছিল যদিও জনশ্ৰুতিমতে সোতৰজন লোকৰ মৃত্যু হৈছিল।<ref name="gagan">
==ঐতিহাসিক প্ৰেক্ষাপট==
|