অসমৰ জাতীয় গীত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
24 নং শাৰী:
 
"অ’ মোৰ আপোনাৰ দেশ <br />
অ' মোৰ সুকীয়াসুৰীয়া দেশ <br />
ৰা তা তা, ৰা তা তা, <br />
অ'তা মোৰতা তা মৰমৰ দেশ!" <br /><ref name="কদম-কলি">{{cite book | title=কদম-কলি | publisher=সাহিত্য প্ৰকাশ | author=লক্ষীনাথ বেজবৰুৱা | authorlink=মোৰ দেশ | year=১৮৩৫ শক, ১লা ভাদ | location=লৰেল্‌চ, হাওড়া}}</ref>
 
অংশছোৱা জাতীয় সঙ্গীতটিত অন্তৰ্ভূক্ত কৰাৰ পৰা বিৰত থাকে। গীতটিৰ স্বকীয় বৈশিষ্টতা, গভীৰ জাতীয় প্ৰেম তথা স্বদেশ প্ৰেম আৰু জাতীয় পৰ্যায়ত সৰ্বজনৰ মনোগ্ৰাহী হ'ব পৰা গুণসম্পন্ন হোৱাৰ বাবে বিভিন্ন সময়ত ভালেকেইজন সঙ্গীতজ্ঞ সুৰকাৰৰ দৃষ্টি আকৰ্ষিত হৈ একাধিক সুৰকাৰে সুৰাৰোপিত কৰি গীতটিক এটি জাতীয় সঙ্গীতৰ স্বীকৃতি পাব পৰা গীত ৰূপে উপস্থাপন কৰে। অসমৰ অনেকজন সুৰকাৰে বিভিন্ন সময়ত এই গীতটিক সুৰেৰে সজাই তোলে আৰু গীতটিৰ ভাবাৰ্থই, অসম মাতৃক প্ৰতিনিধিত্ব কৰিব পৰা গুণৰ অধিকাৰী ৰূপে বিবেচিত হৈ কালৰ কোনো এক মাহেন্দ্ৰক্ষণত এই গীতটি অসমৰ 'জাতীয় সঙ্গীত' ৰূপে স্বীকৃতি লাভ কৰে। তৎমুহূৰ্তৰ পৰা গীতটিয়ে পূৰ্বৰ পৰিচয় 'মোৰ দেশ'ৰ ঠাইত 'অ' মোৰ আপোনাৰ দেশ' ৰূপে পৰিচিত হৈ প্ৰসাৰতা লাভ কৰে।<ref name=হাজৰিকা>অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ' গীতৰ শতবৰ্ষ উপলক্ষে অসম সাহিত্য সভাৰ একসপ্ততিতম দেৰগাঁও অধিৱেশনৰ প্ৰথম দিনৰ বিশেষ সাংস্কৃতিক সমাৰোহৰ উদ্বোধনী ভাষণ, সূৰ্য্য হাজৰিকা ১ ফেব্ৰুৱাৰী ২০১১ চন</ref>
 
==গীতটিৰ সুৰ দিয়াৰ সন্দৰ্ভত বিভিন্ন ব্যক্তিৰ মত==