অ
সম্পাদনা সাৰংশ নাই
SlowPhoton (আলোচনা | বৰঙণি) (added Category:ভাৰতৰ চৰকাৰী সংস্থা using HotCat) |
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
||
|footnotes =
}}
'''আকাশবাণী''' ({{Lang-en|All India Radio }}; {{Lang-hi|आकाशवाणी}}) ভাৰতৰ এটা অনাতাঁৰ সম্প্ৰচাৰ সেৱা আৰু প্ৰচাৰ ভাৰতীৰ এটা অংশ। ১৯৩০ চনত,<ref name=Milestones>[http://allindiaradio.gov.in/Profile/Milestones Milestones] Official website. allindiaradio.org. ''Retrieved:2013-01-13''.</ref> প্ৰতিষ্ঠা হোৱা অল ইণ্ডিয়া ৰেডিঅ'ক ১৯৫৬ চনত আধিকাৰিকভাবে আকাশবাণী নামকৰণ কৰা হয়। আকাশবাণী বিশ্বৰ অন্যতম বৃহৎ অনাতাঁৰ সম্প্ৰচাৰক। ইয়াৰ প্ৰধান কাৰ্যালয় নতুন দিল্লীৰ আকাশবাণী ভৱনত অৱস্থিত। এইটো ভৱনত [[দূৰদৰ্শন (চেনেল)|দূৰদৰ্শনৰ]] কাৰ্যালয়ো আছে। ▼
[[File:Akashvani Bhavan in New Delhi.jpg|right|thumb|250px|নতুন দিল্লীত অৱস্থিত আকাশবাণীৰ মুখ্য কাৰ্যালয়|alt=দূৰৈৰ পৰা লোৱা টাৱাৰৰ সৈতে আকাশবাণী ভৱনৰ ছবি]]▼
▲'''আকাশবাণী''' ({{Lang-en|All India Radio }}; {{Lang-hi|आकाशवाणी}}) ভাৰতৰ এটা অনাতাঁৰ সম্প্ৰচাৰ সেৱা আৰু প্ৰচাৰ ভাৰতীৰ এটা অংশ। ১৯৩০ চনত,<ref name=Milestones>[http://allindiaradio.gov.in/Profile/Milestones Milestones] Official website. allindiaradio.org. ''Retrieved:2013-01-13''.</ref> প্ৰতিষ্ঠা হোৱা অল ইণ্ডিয়া ৰেডিঅ'ক ১৯৫৬ চনত আধিকাৰিকভাবে আকাশবাণী নামকৰণ কৰা হয়। আকাশবাণী বিশ্বৰ অন্যতম বৃহৎ অনাতাঁৰ সম্প্ৰচাৰক। ইয়াৰ প্ৰধান কাৰ্যালয় নতুন দিল্লীৰ আকাশবাণী ভৱনত অৱস্থিত। এইটো ভৱনত দূৰদৰ্শনৰ কাৰ্যালয়ো আছে।
==ইতিহাস==
▲[[File:Akashvani Bhavan in New Delhi.jpg|
১৯২৭ চনত কেইটামান ৰেডিঅ' ক্নাৱৰ সহযোগত বৃটিচ ভাৰতত প্ৰথম অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল। ১৯২৬ চনত হোৱা এখন চুক্তি মৰ্মে বেচৰকাৰী ইণ্ডিয়ান ব্ৰ'ডকাষ্টিং কোম্পানীক (IBC) দুটা অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা হৈছিল। সেই অনুসৰি ১৯২৭ চনৰ ২৩ জুলাইত [[মুম্বাই|বোম্বাই]] কেন্দ্ৰ আৰু একে বছৰৰে ২৬ আগষ্টত [[কলকাতা]] কেন্দ্ৰৰ কাৰ্যসূচী আৰম্ভ হয়। ১৯৩০ চনৰ ১ মাৰ্চত ইণ্ডিয়ান ব্ৰ'ডকাষ্টিং কোম্পানীৰ কাম-কাজ বন্ধ হৈ যোৱাত চৰকাৰে ১৯৩০ চনৰ ১ এপ্ৰিলত 'ইণ্ডিয়ান ষ্টেট ব্ৰ'ডকাষ্টিং চাৰ্ভিচ' গঠন কৰি অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰে। দুবছৰ পৰীক্ষামূলকভাৱে কাৰ্যসূচী সম্প্ৰচাৰ কৰাৰ অন্তত ১৯৩২ চনৰ মে মাহৰ পৰা স্থায়ীভাৱে কাৰ্যসূচী সম্প্ৰচাৰ আৰম্ভ হয়। ১৯৩৬ চনৰ ৮ জুনৰ পৰা এই কোম্পানীটো অল ইণ্ডিয়া ৰেডিঅ' বুলি নতুন নামকৰণ হয়।.<ref name=Milestones/>
১৯৩৯ চনৰ ১ অক্টোবৰৰ পৰা পুষ্টু ভাষাৰ কাৰ্যসূচীৰে অল ইণ্ডিয়া ৰেডিঅ'ই বহিঃসেৱা আৰম্ভ কৰে। প্ৰকৃততে [[আফগানিস্থান]], [[
১৯৩৬ চনত এম ভি গোপালাস্বামীয়ে তেওঁৰ বাসস্থান "বিত্তাল বিহাৰ"ত (বৰ্তমান মহীশূৰৰ আকাশবাণী চৌহদৰ পৰা ২০০ গজ আঁতৰত ) দেশৰ প্ৰথমটো ব্যক্তিগত অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা সময়তে "আকাশবাণী" শব্দটোৰ উদ্ভাৱন কৰিছিল।<ref>[http://www.business-standard.com/india/news/mysore-akashavani-is-now-75-years-old/408172/ Mysore Akashavani is now 75 years old<!-- Bot generated title -->]</ref> ই এটা [[সংস্কৃত]] ভাষাৰ আৰু হিন্দু পৌৰাণিক কথাৰ সৈতে জড়িত শব্দ।<ref>[http://en.bab.la/dictionary/english-hindi/celestial-announcement BabLa dictionary] Retrieved 2011-10-15.</ref>
==তথ্য সংগ্ৰহ==
==বাহ্যিক সংযোগ==
* {{commons category inline|All India Radio|আকাশবাণী}}
* [http://allindiaradio.gov.in/ All India Radio Official web-site]
* [http://www.listenradios.com/vividh-bharati-online/ All India Radio Commercial Broadcasting Service Vividh Bharati On Line]
|