কনফুচিয়াছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Infobox philosopher | name = কনফুচিয়াছ <br /> 孔子 | region = চীনা দৰ্শন | era =...
 
No edit summary
16 নং শাৰী:
| notable_ideas = [[কনফুচিয়ানবাদ]], [[সোণালী নিয়ম]]
}}
 
'''কনফুচিয়াছ''' ({{IPAc-en|k|ən|ˈ|f|j|uː|ʃ|ə|s}} {{respell|kən|FEW|shəs}};<ref>{{Dictionary.com|Confucius}}</ref> 551–479 BC)<ref name=birth/><ref>{{Harvnb|Riegel|2012|loc=[http://plato.stanford.edu/archives/spr2012/entries/confucius/ online]}}.</ref> আছিল এজন চীনা দাৰ্শনিক আৰু [[বসন্ত আৰু শৰৎ কাল]]ৰ এজন ৰাজনীতিবিদ ৷
 
কনফুচিয়াছে প্ৰৱৰ্তন কৰা দৰ্শনক কনফুচিয়ানবাদ বুলি জনা যায় ৷ এই মতবাদত ব্যক্তিগত আৰু চৰকাৰী নৈতিকতা,সামাজিক সম্পৰ্কবোৰৰ শুদ্ধতা, ন্যায় আৰু আন্তৰিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল ৷ মানৱ সভ্যতাক প্ৰভাৱিত আৰু বিকশিত কৰা অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তিত্বসমূহৰ ভিতৰত কনফুচিয়াছৰ নাম বিশেষভাৱে উল্লেখযোগ্য ৷ তেওঁৰ শিক্ষা আৰু দৰ্শনে সমসাময়িক পৃথিৱীৰ অজস্ৰ মানুহক প্ৰভাৱিত কৰিছিল, যিবোৰ শিক্ষা আজিৰ তাৰিখতো প্ৰয়োজনীয় বুলি বিবেচিত হৈ আছে ৷<ref>{{cite web|title=The Life and Significance of Confucius|url=http://www.sjsu.edu/faculty/watkins/confucius.htm|website=www.sjsu.edu}}</ref><ref>{{cite web|title=China Confucianism: Life of Confucius, Influences, Development|url=https://www.travelchinaguide.com/intro/religion/confucianism/|website=www.travelchinaguide.com}}</ref>