নামঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''নামঘোষা''' হৈছে [[মাধৱদেৱ]]ৰ দ্বাৰা ৰচিত, অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা চাৰিখন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম।<ref name="Madhava_guru_ratnavali">{{Cite web |title=The Bhakti Ratnavali of Madhavadeva |url=http://atributetosankaradeva.org/Madhava_guru_ratnavali.htm |publisher=ATributeToSankaradeva |accessdate=14 October 2019}}</ref> অন্য তিনিখন পুথি হৈছে [[শংকৰদেৱ|মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ]]ৰ দ্বাৰা ৰচিত [[কীৰ্তন]], [[দশম]] আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত [[ভক্তি ৰত্নাৱলী]]।<ref name="Madhava_guru_ratnavali"/> নামঘোষা প্ৰায় ১৫৬৮ − ১৫৯৬ চনত ৰচনা কৰা হৈছিল।<ref name="atributetosankaradeva1">{{cite web | url=http://www.atributetosankaradeva.org/namghosa.htm | title=Nām Ghosā - the Book of the Names Divine | publisher=A tribute to Sankaradeva | accessdate=2013-05-29}}</ref>
 
১৯৯৭ চনত সুৰুজ কুমাৰ দত্তই '''The Divine Verses''' উপ নামেৰে নামঘোষাৰ ইংৰাজী অনুবাদ প্ৰকাশ কৰে। ২০১৭ চনত ইয়াৰ দ্বিতীয় সংস্কৰণ প্ৰকাশিত হয়।<ref name="MadhavadevaDutta1997">{{cite book|author1=Madhavadeva|author2=Soroj Kumar Dutta|title=The Divine Verses: A Translation of the Original "Naam-ghosa" of Sri Sri Madhavadeva|url=https://books.google.com/books?id=cVIcGQAACAAJ|accessdate=29 May 2013|year=1997|publisher=Vision Publications}}</ref>
==বিৱৰণ==
নামঘোষা পুথিভাগ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ নিজা সৃষ্টি।
"https://as.wikipedia.org/wiki/নামঘোষা"ৰ পৰা অনা হৈছে