ডিব্ৰুগড় বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
63 নং শাৰী:
 
==স্বীকৃতি==
ডিব্ৰুগড় বিশ্ববিদ্যালয় Association of Indian Universities (AIU) আৰু Association of Commonwealth Universities (ACU)ৰ সদস্য। বিশ্ববিদ্যালয়খন National Assessment and Accreditation Council (NAAC), Bangaloreৰ দ্বাৰা মূল্যাঙ্কিত আৰু বি. গ্ৰেডA প্ৰাপ্ত।Grade প্ৰাপ্ত <ref>http://www.assamtribune.com/scripts/detailsnew.asp?id=mar3017/state055</ref>। "বিশ্ববিদ্যালয় অনুদান আয়োগে" ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ "অসমীয়া বিভাগ"টোক Center for Advanced Studies (CAS) হিচাপে চিহ্নিত কৰিছে। তদুপৰি অন্য আঠটা বিভাগক আয়োগে Special Assistance Programme (SAP)ৰ অধীনত DSA আৰু DRSৰ মৰ্যদা দিছে। এই বিশ্ববিদ্যালয়ৰ "পে'ট্ৰলিয়াম প্ৰযুক্তিবিদ্যা" বিভাগটো ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰদ্বাৰা Center for Relevance and Excellence (CORE) under Technology, Information, Forcasting and Assessment Council (TIFAC) হিচাপে চিহ্নিত হৈছে।
 
==শৈক্ষিক দিশ==
92 নং শাৰী:
::* পদাৰ্থ-বিজ্ঞান বিভাগ
::* পৰিসংখ্যা বিভাগ
::* [[পৰিকলনকম্পিউটাৰ অধ্যয়নবিজ্ঞান আৰু প্ৰয়োগ কেন্দ্ৰ]]
::* [[ ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰ ]]
::* জৈৱ-প্ৰযুক্তি অধ্যয়ন কেন্দ্ৰ
103 নং শাৰী:
::* সাংবাদিকতা আৰু গণ-সংযোগ অধ্যয়ন কেন্দ্ৰ
::* শাৰিৰীক শিক্ষা অধ্যয়ন কেন্দ্ৰ
::* সমাজসেৱা অধ্যয়ন কেন্দ্ৰ (সমাজতত্ত্ব বিভাগৰ অন্তৰ্গত)
::* বায়ুমণ্ডল অধ্যয়ন কেন্দ্ৰ (পদাৰ্থ বিজ্ঞান বিভাগৰ অন্তৰ্গত)
::* আচৰণ-বিজ্ঞান অধ্যয়ন কেন্দ্ৰ