কনফুচিয়াছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

36 নং শাৰী:
==কনফুচিয়াছৰ দৰ্শন==
====সোণালী সূত্ৰ====
কনফুচিয়াছৰ দৰ্শনৰ ভিত্তি আছিল ''ৰেইন'' অথবা ''আনক ভাল পোৱা'' নীতি ৷ সেই নীতিৰ গঢ় লৈ উঠিছিল আত্ম-নিয়মানুৱৰ্তিতাৰ ওপৰত ৷ কনফুচিয়াছে বিশ্বাস কৰিছিল যে-এটা সোণালী সূত্ৰৰ প্ৰয়োগৰ দ্বাৰা 'ৰেইন' নীতি কাৰ্যকৰী কৰিব পাৰি ৷ সেই সূত্ৰটো হ'ল-''তুমি যিটো নিজৰ কাৰণে বাঞ্ছা নকৰা, সেইটো তুমি আনৰ বাবেও নকৰিবা৷'' <ref name="Con">{{Cite web |urltitle=https://www.biography.com/scholar/confucius}}{{Cite webConfusius |url=https://www.biography.com/scholar/confucius}}</ref>
 
====ৰাজনৈতিক দৰ্শন====
কনফুচিয়াছৰ ৰাজনৈতিক শিক্ষাও মূলতঃ আত্ম-নিয়মানুৱৰ্তিতাৰ ওপৰতেই নিৰ্ভৰশীল আছিল ৷ তেওঁ বিশ্বাস কৰিছিল যে, নেতা এজনে বিনম্ৰ হৈ থাকিবলৈ হ'লে আৰু তেওঁৰ অনুগামীসকলক সমানুভূতিৰ চকুৰে চাবলৈ হ'লে আত্ম-নিয়মানুৱৰ্তিতাৰ অনুশীলন কৰিব লাগিব ৷ <ref name="con" />
 
====শৈক্ষিক দৰ্শন====
কনফুচিয়াছৰ শৈক্ষিক দৰ্শনত ''ছয় কলা''ক গুৰুত্ব দিয়া হয় ৷ সেই ছয় কলা হৈছে-ধনুৰ্বিদ্যা, হস্তলিপি, গণনা, সংগীত, ৰথ-চালনা আৰু আচাৰ-সম্পৰ্কীয় জ্ঞান ৷ কনফুচিয়াছে বিশ্বাস কৰিছিল যে, মানুহক সততাৰে জীৱন নিৰ্বাহ কৰিবলৈ অনুপ্ৰাণিত কৰাটোৱেই এজন শিক্ষাদাতাৰ মূল উদ্দেশ্য হোৱা উচিত ৷<ref name="con" />
 
==মৃত্যু==