কনফুচিয়াছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

16 নং শাৰী:
| notable_ideas = [[কনফুচিয়ানবাদ]], [[সোণালী নিয়ম]]
}}
'''কনফুচিয়াছ''' ({{IPAc-en|k|ən|ˈ|f|j|uː|ʃ|ə|s}} {{respell|kən|FEW|shəs}};<ref>{{Dictionary.com|Confucius}}</ref> ৫৫১–৪৭৯ খ্ৰীষ্টপূৰ্ব) আছিল চীন দেশৰ সবাতোকৈ জনপ্ৰিয় শিক্ষক, দাৰ্শনিক আৰু ৰাজনৈতিক তত্ত্ববিদ ৷তত্ত্ববিদ। তেওঁৰ শিক্ষাই পূব এছিয়াৰ সভ্যতাক প্ৰভাৱিত কৰিছিল বুলি ভবা হয় ৷হয়।<ref>https://www.britannica.com/biography/Confucius</ref>
 
কনফুচিয়াছে প্ৰৱৰ্তন কৰা দৰ্শনক ''কনফুচিয়ানবাদ'' বুলি জনা যায় ৷যায়। এই মতবাদত ব্যক্তিগত আৰু চৰকাৰী নৈতিকতা, সামাজিক সম্পৰ্কৰ শুদ্ধতা, ন্যায় আৰু আন্তৰিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷হয়। মানৱ সভ্যতাক প্ৰভাৱিত আৰু বিকশিত কৰা অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তিত্বসমূহৰ ভিতৰত কনফুচিয়াছৰ নাম বিশেষভাৱে উল্লেখযোগ্য ৷উল্লেখযোগ্য। তেওঁৰ শিক্ষা আৰু দৰ্শনে সমসাময়িক পৃথিৱীৰ অজস্ৰ মানুহক প্ৰভাৱিত কৰিছিল, যিবোৰ শিক্ষা আজিৰ তাৰিখতো প্ৰয়োজনীয় বুলি বিবেচিত হৈ আছে ৷আছে।<ref>{{cite web|title=The Life and Significance of Confucius|url=http://www.sjsu.edu/faculty/watkins/confucius.htm|website=www.sjsu.edu}}</ref><ref>{{cite web|title=China Confucianism: Life of Confucius, Influences, Development|url=https://www.travelchinaguide.com/intro/religion/confucianism/|website=www.travelchinaguide.com}}</ref>
'''কনফুচিয়াছ''' ({{IPAc-en|k|ən|ˈ|f|j|uː|ʃ|ə|s}} {{respell|kən|FEW|shəs}};<ref>{{Dictionary.com|Confucius}}</ref> ৫৫১–৪৭৯ খ্ৰীষ্টপূৰ্ব) আছিল চীন দেশৰ সবাতোকৈ জনপ্ৰিয় শিক্ষক, দাৰ্শনিক আৰু ৰাজনৈতিক তত্ত্ববিদ ৷ তেওঁৰ শিক্ষাই পূব এছিয়াৰ সভ্যতাক প্ৰভাৱিত কৰিছিল বুলি ভবা হয় ৷<ref>https://www.britannica.com/biography/Confucius</ref>
 
কনফুচিয়াছে প্ৰৱৰ্তন কৰা দৰ্শনক ''কনফুচিয়ানবাদ'' বুলি জনা যায় ৷ এই মতবাদত ব্যক্তিগত আৰু চৰকাৰী নৈতিকতা, সামাজিক সম্পৰ্কৰ শুদ্ধতা, ন্যায় আৰু আন্তৰিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷ মানৱ সভ্যতাক প্ৰভাৱিত আৰু বিকশিত কৰা অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তিত্বসমূহৰ ভিতৰত কনফুচিয়াছৰ নাম বিশেষভাৱে উল্লেখযোগ্য ৷ তেওঁৰ শিক্ষা আৰু দৰ্শনে সমসাময়িক পৃথিৱীৰ অজস্ৰ মানুহক প্ৰভাৱিত কৰিছিল, যিবোৰ শিক্ষা আজিৰ তাৰিখতো প্ৰয়োজনীয় বুলি বিবেচিত হৈ আছে ৷<ref>{{cite web|title=The Life and Significance of Confucius|url=http://www.sjsu.edu/faculty/watkins/confucius.htm|website=www.sjsu.edu}}</ref><ref>{{cite web|title=China Confucianism: Life of Confucius, Influences, Development|url=https://www.travelchinaguide.com/intro/religion/confucianism/|website=www.travelchinaguide.com}}</ref>
 
 
=='''প্ৰাৰম্ভিক জীৱন'''==
ভবা হয়, ৫৫১ খ্ৰীষ্টপূৰ্বৰ ২৮ ছেপ্টেম্বৰত কনফুচিয়াছৰ জন্ম হৈছিল ৷হৈছিল। <ref name=birth>{{cite book |last1=Hugan |first1=Yong |title=Confucius: A Guide for the Perplexed |date=2013 |publisher=A&C Black |page=3 |url=https://books.google.com/books?id=1R9MAQAAQBAJ&pg=PA4 |url-status=live |archiveurl=https://web.archive.org/web/20170416224536/https://books.google.com/books?id=1R9MAQAAQBAJ&pg=PA4 |archivedate=2017-04-16 |df= |isbn=978-1-4411-9653-8 }}</ref><ref name=creel49-25>{{Harvnb|Creel|1949|loc=25}}.</ref> তেওঁৰ জন্ম হৈছিল ঝাউ জিলাত, যিখন ঠাইক এতিয়া চীন দেশত কুফু বুলি জনা যায় ৷যায়। <ref name=creel49-25 /><ref>{{Harvnb|Rainey|2010|loc=16}}.</ref> তেওঁৰ দেউতাক কংগ হে (নাইবা ছুলিয়াং হে) স্থানীয় লু সেনানীৰ এজন বৰ্ষীয়ান সেনানায়ক আছিল ৷আছিল। {{sfnp|Legge|1887|p=260}} কনফুচিয়াছৰ পৰম্পৰাগত জীৱনৰ পৰা অনুমান কৰিব পাৰি যে, কংগ হেৰ ককাদেউতাকে তেওঁলোকক ছঙৰ পৰা লুলৈ প্ৰব্ৰজন কৰাই আনিছিল ৷আনিছিল। <ref name=creel49-26>{{Harvnb|Creel|1949|loc=26}}.</ref>
 
কনফুচিয়াছৰ তিনি বছৰ বয়সত তেওঁৰ দেউতাকে মৃত্যুবৰণ কৰে ৷কৰে। মাক য়ান ঝেংগঝাইয়ে তেতিয়া কনফুচিয়াছক লালন-পালন কৰে ৷কৰে।<ref name=confu>{{cite book|last1=Huang|first1=Yong|title=Confucius: A Guide for the Perplexed|date=2013|publisher=A&C Black|page=4|url=https://books.google.com/?id=1R9MAQAAQBAJ&pg=PA4&lpg=PA4&dq=confucius+age+19+marry+qiguan#v=onepage&q=confucius%20age%2019%20marry%20qiguan&f=false|accessdate=August 12, 2015|isbn=978-1-4411-9653-8}}</ref> চল্লিছ বছৰ বয়সত মাক য়ানৰ পৰলোকপ্ৰাপ্তি ঘটে ৷ঘটে।<ref name=confu/> ১৯ বছৰ বয়সত, কনফুচিয়াছে কুইগান নামৰ এগৰাকী যুৱতীক বিয়া পাতে আৰু বিবাহৰ প্ৰথমটো বছৰৰ পাছতেই তেওঁলোকৰ কংগ লি নামৰ এটি সন্তান লাভ কৰে ৷কৰে।<ref name=confu/> পিছলৈ তেওঁলোকে আৰু দুটি কন্যা সন্তান লাভ কৰে ৷কৰে। তাৰে এটি সন্তান কেঁচুৱা অৱস্থাতেই মৃত্যুবৰণ কৰে ৷কৰে।<ref>{{cite book|last1=Schuman|first1=Michael|title=Confucius: And the World He Created|date=2015|publisher=Basic Books|url=https://books.google.com/books?id=wb6DBQAAQBAJ&pg=PT25|url-status=live|archiveurl=https://web.archive.org/web/20170416230225/https://books.google.com/books?id=wb6DBQAAQBAJ&pg=PT25|archivedate=2017-04-16|df=|isbn=978-0-465-04057-5}}</ref>
 
কনফুচিয়াছে সাধাৰণ শ্ৰেণীৰ বাবে প্ৰতিষ্ঠা কৰা বিদ্যালয়বোৰতে শিক্ষাগ্ৰহণ কৰিছিল৷ সেইবোৰ বিদ্যালয়ত তেওঁ [[ছয় কলা]]ৰ বিষয়ে শিকিছিল ৷ শিকিছিল।<ref>{{cite book|last1=Huang|first1=Yong|title=Confucius: A Guide for the Perplexed|date=2013|publisher=A&C Black|pages=4–5|url=https://books.google.com/books?id=1R9MAQAAQBAJ&pg=PA4|url-status=live|archiveurl=https://web.archive.org/web/20170416224536/https://books.google.com/books?id=1R9MAQAAQBAJ&pg=PA4|archivedate=2017-04-16|df=|isbn=978-1-4411-9653-8}}</ref>
 
যৌৱনাৱস্থাৰ প্ৰাক্-ক্ষণত কনফুচিয়াছে কেইবাটাও চৰকাৰী বিভাগত কাম কৰিছিল বুলি ধাৰণা কৰা হয় ৷হয়। তাৰলগতে হিচাপৰক্ষক হিচাপে, ভেড়া আৰু ঘোঁৰাৰ যত্নলওঁতা হিচাপেও তেওঁ কৰ্মত নিয়োজিত হৈছিল৷ মাতৃক সমাধিস্থ কৰাৰ পূৰ্বে পালন কৰিবলগীয়া কিছুমান ৰীতি মানি তেওঁ এইসমূহ কাম কৰিবলগা হৈছিল ৷হৈছিল। উল্লেখনীয় যে, মাতৃক হেৰুউৱাৰ তিনি বছৰ পাছলৈকে তেওঁ সামাজিক প্ৰথা মানি মৌনতা অৱলম্বন কৰিছিল৷ মাতৃৰ মৃত্যুৰ সময়ত কনফুচিয়াছৰ বয়স আছিল তেইশ ৷তেইশ।<ref name=buryl>{{cite book|last1=Burgan|first1=Michael|title=Confucius: Chinese Philosopher and Teacher|date=2008|publisher=Capstone|page=23|url=https://books.google.com/books?id=vM8GCpBncjEC&pg=PT12|accessdate=August 12, 2015|url-status=live|archiveurl=https://web.archive.org/web/20170416230252/https://books.google.com/books?id=vM8GCpBncjEC&pg=PT12|archivedate=April 16, 2017|df=|isbn=978-0-7565-3832-3}}</ref>
 
==ৰাজনৈতিক জীৱন==
কনফুচিয়াছৰ ৰাজনৈতিক জীৱন বৰ দীঘলীয়া নাছিল ৷নাছিল। চল্লিছ আৰু পঞ্চাছ বছৰৰ সময়ছোৱাত কনফুচিয়াছে প্ৰথমে হাকিম হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷কৰিছিল। তাৰপিছত ৰাজহুৱা কৰ্মৰ এজন সহকাৰী মন্ত্ৰী হিচাপে আৰু শেষত ন্যায় মন্ত্ৰী হিচাপে লু ৰাজ্যত কাৰ্যনিৰ্বাহ কৰিছিল ৷কৰিছিল। কিছুমান কূটনীতিগত অভিযানতো মুখ্য মন্ত্ৰীৰ ৰূপত কনফুচিয়াছে ৰজা কিং লুক সহায় কৰিছিল বুলি ভাবিব পাৰি ৷পাৰি। কিন্তু এসময়ত ৰাজন্যবৰ্গই কনফুচিয়াছৰ ৰাজনৈতিক মত আৰু বিচাৰধাৰাসমূহত গুৰুত্ব নিদিয়া যেন তেওঁ অনুভৱ কৰিলে৷ তেতিয়া তেওঁৰ বয়স আছিল ৫৬ ৷৫৬। সেয়েহে তেওঁ দেশ ত্যাগ কৰি ওলাই গ'ল ৷ল। স্ব-নিৰ্বাসনৰ সেই বাৰটা বছৰত কনফুচিয়াছক সংগ দিছিল তেওঁৰ ছাত্ৰসকলে ৷ছাত্ৰসকলে। শিক্ষক হিচাপে তেওঁৰ প্ৰভাৱ আৰু প্ৰতিভা সেইখিনি সময়তে প্ৰচাৰ ঘটিল ৷ ঘটিল।<ref>http://www.britannica.com/biography/Confucius</ref>
 
==কনফুচিয়াছৰ দৰ্শন==
====সোণালী সূত্ৰ====
কনফুচিয়াছৰ দৰ্শনৰ ভিত্তি আছিল ''ৰেইন'' অথবা ''আনক ভাল পোৱা'' নীতি ৷নীতি। সেই নীতিৰ গঢ় লৈ উঠিছিল আত্ম-নিয়মানুৱৰ্তিতাৰ ওপৰত ৷ওপৰত। কনফুচিয়াছে বিশ্বাস কৰিছিল যে-এটা সোণালী সূত্ৰৰ প্ৰয়োগৰ দ্বাৰা 'ৰেইন' নীতি কাৰ্যকৰী কৰিব পাৰি ৷পাৰি। সেই সূত্ৰটো হ'ল-''তুমি যিটো নিজৰ কাৰণে বাঞ্ছা নকৰা, সেইটো তুমি আনৰ বাবেও নকৰিবা৷ <ref name="Con">{{Cite web |title=Confusius |url=https://www.biography.com/scholar/confucius}}</ref>
====ৰাজনৈতিক দৰ্শন====
কনফুচিয়াছৰ ৰাজনৈতিক শিক্ষাও মূলতঃ আত্ম-নিয়মানুৱৰ্তিতাৰ ওপৰতেই নিৰ্ভৰশীল আছিল ৷আছিল। তেওঁ বিশ্বাস কৰিছিল যে, নেতা এজনে বিনম্ৰ হৈ থাকিবলৈ হ'লে আৰু তেওঁৰ অনুগামীসকলক সমানুভূতিৰ চকুৰে চাবলৈ হ'লে আত্ম-নিয়মানুৱৰ্তিতাৰ অনুশীলন কৰিব লাগিব ৷লাগিব। <ref name="Con" />
 
====শৈক্ষিক দৰ্শন====
কনফুচিয়াছৰ শৈক্ষিক দৰ্শনত ''ছয় কলা''ক গুৰুত্ব দিয়া হয় ৷হয়। সেই ছয় কলা হৈছে-ধনুৰ্বিদ্যা, হস্তলিপি, গণনা, সংগীত, ৰথ-চালনা আৰু আচাৰ-সম্পৰ্কীয় জ্ঞান ৷জ্ঞান। কনফুচিয়াছে বিশ্বাস কৰিছিল যে, মানুহক সততাৰে জীৱন নিৰ্বাহ কৰিবলৈ অনুপ্ৰাণিত কৰাটোৱেই এজন শিক্ষাদাতাৰ মূল উদ্দেশ্য হোৱা উচিত ৷উচিত।<ref name="Con" />
 
==মৃত্যু==
৪৭৯ খ্ৰীষ্টপূৰ্বত, প্ৰায় ৭২ বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰে৷<ref>http://www.talkativeman.com/the-death-of-confucius/</ref>৷ শিষ্যসকলে তেওঁৰ অন্তেষ্ট্যিক্ৰিয়া সম্পন্ন কৰে ৷ কৰে।<ref>http://www.notablebiographies.com/Co-Da/Confucius.html#ixzz62X5fveVg</ref>
 
==তথ্যসূত্ৰ==
 
[[শ্ৰেণী:দাৰ্শনিক]]
[[শ্ৰেণী:চীনৰ ব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]