কাৰ্ল লিনিয়াছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

35 নং শাৰী:
 
প্ৰায় সাত হাজাৰ প্ৰজাতিৰ উদ্ভিদ আৰু চাৰি হাজাৰ প্ৰাণীৰ নামকৰণৰ ওপৰিও তেঁও স্পিছিছ প্লাণ্টাৰাম (১৭৫৩), জেনেৰা প্লাণ্টাৰাম (১৭৫৪) আৰু ছেষ্টেমা নেচাৰা (১৭৫৮) নামৰ কিতাপো লিখিছিল। প্ৰথম দুখন উদ্ভিদ আৰু তৃতীয়খন প্ৰাণীৰ শ্ৰেণীবিন্যাস আৰু নামকৰণবিষয়ক আৰু আন্তৰ্জাতিকভাৱে স্বীকৃত। আধুনিক বিবৰ্তন-প্ৰভাৱিত নতুন নতুন শ্ৰেণীবিন্যাস পদ্ধতিৰ দ্বাৰা লিনিয়াছৰ শ্ৰেণীবিন্যাস পদ্ধতি প্ৰতিস্থাপিত হৈছে যদিএ তেঁওৰ নামকৰণৰ নিয়ম আৰু ক্ৰিয়াপদবৰ্জিত বৰ্ণনা পদ্ধতি আজিও প্ৰচলিত হৈ আছে।<ref name="Prothom alo">''[http://archive.prothom-alo.com/detail/date/2012-06-03/news/262716 ক্যাৰোলাস লিনিয়াস]'',সুধীৰ কুমাৰ দত্ত, দৈনিক প্ৰথম আলো। ঢাকাৰ পৰা প্ৰকাশৰ তাৰিখ: ০৩-০৬-২০১২।</ref>
 
== লেখকৰ মান্য চমুনাম ==
জীৱৰ বৈজ্ঞানিক নামৰ প্ৰসংগ সূত্ৰ সংযোগ কৰোতে লেখৰক নামৰ মান্য চমুনামৰ ক্ষেত্ৰত কাৰ্ল লিনিয়াছৰ বাবে '''L.''' ব্যৱহাৰ কৰা হয়।
 
==তথ্য সংগ্ৰহ==