কাৰ্ল লিনিয়াছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

27 নং শাৰী:
 
== জীৱনী ==
লিনিয়াছৰ জন্ম দক্ষিণ ছুইডেনৰ ছামালান্দৰ এখন গাঁওত হৈছিল। তেঁওৰ পূৰ্বপুৰুষৰ কোনেও শেষ নাম (উপাধি) ব্যৱহাৰ কৰা নাছিল। তেঁওৰ নাম ৰখা হৈছিল স্কাণ্ডিনেভীয় দেশৰ পেট্ৰ'নিমিক (পিতাৰ নামৰ সৈতে সংযুক্ত) নিয়মত। তেঁওৰ দেউতাকে প্ৰথম শেষ নামৰ প্ৰচলন কৰিছিল। গৰৰ ওচৰৰ এখন বিশাল লিণ্ডেন গছৰ নামানুসৰি লিনিয়াছ নামটো দিয়া হৈছিল। কেৰলাথ জন্ম ১৭০৭ চনত ছুইডেনত হৈছিল। পিতা নিলছ লিনিয়াছ গিৰ্জাৰ পাদুৰি আছিল। মাতা-পিতাই তেঁও যাজক হোৱাটো 66, কিন্তু হ'ল চিকিৎসক। তেঁও খনিজ, উদ্ভিদ বিষয়ে পঢ়া−শুণা কৰি পৰিচিতি লাভ কৰিছিল। লিনিয়াছে শিক্ষাজীৱনৰ অধিকাংশ সময় [[উপছালা বিশ্ববিদ্যাল]]ত কটাইছিল। [[১৭৩০]] চনত এই বিশ্ববিদ্যালয়ৰতেই প্ৰবক্তা হিসেপে যোগ দিছিল। ১৭৩৫ চনৰ পৰা দ চন পৰ্যন্ত বিদেশত আছিল আৰু এই সময়তেই [[নেডাৰলেণ্ড]]ৰ পৰা তেঁওৰ ''Systema Naturae'' গ্ৰন্থৰ প্ৰথম সংস্কৰণ প্ৰকাশিত হৈছিল। ইয়াৰোপৰি ছুইডেনলৈ ঘুৰি আহি উপছালাত উদ্ভিদবিজ্ঞানৰ অধ্যাপক পদত যোগ দিছিল। ১৭৪০ৰ দশকত বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ শ্ৰেণীবিন্যাস কৰাৰ বাবে তেঁওক ছুইডেনৰ বিভিন্ন স্থানলৈ পাঠিওৱা হৈছিল। ১৭৫০ আৰু ৬০ৰ দশককত তেঁও এই শ্ৰেণীবিন্যাস প্ৰচলিত হৈছিল আৰু খণ্ড খণ্ডকৈ প্ৰকাশ কৰিছিল। অনেক প্ৰাণী বা উদ্ভিদৰ দ্বিপদী নামৰ তেঁও যি নাম নাম ৰাখিছিলে সেই নামৰ সংক্ষিপ্ত ৰূপটোৱা স্থান পায়। লিনিয়াছে যিবোৰ নাম ৰাখিছিল সেইবোৰৰ শেষত "L" অক্ষৰটো থাকে। মৃত্যুৰ সময়ত সমগ্ৰ ইউৰোপ জুৰি অন্যতম সেৰা বিজ্ঞানী হিচাপে পৰিচিতি লাভ কৰেছিল। তেঁও ১৭৭৭ তেঁও মৃত্যুবৰণ কৰে। কবৰৰ নামফলকত শেষ ইচ্ছানুসৰি লিনিয়াছৰ নামৰ পাছত হ'মো ছেপিয়েঞ্চ শব্দটো যুক্ত কৰা হৈছে।<ref name="Prothom alo"/>
<!--
জঝ
লিনিয়াছৰ জন্ম দক্ষিণ সুইডেনেৰ সামালান্দেৰ এক গ্ৰামে। তাৰ পূৰ্বপুৰুষ কেউই শেষ নাম ব্যৱহাৰ কৰতেন না। তাদেৰ নাম ৰাখা হতো স্ক্যান্ডিনেভীয় দেশৰ প্যাট্ৰোনিমিক (পিতাৰ নামেৰ সাথে সংযুক্ত) নিয়মে। তাৰ বাবাই প্ৰথম শেষ নামেৰ প্ৰচলন কৰেন। বাড়িৰ সামনেৰ এক বিশাল লিন্ডেন গছেৰ নামানুসাৰে লিনিয়াস নামটিই বেছে নেন।ক্যাৰোলাস লিনিয়াছৰ জন্ম ১৭০৭ সালে সুইডেনেৰ স্মেলেন প্ৰদেশৰ ৰ‌্যাশাল গ্ৰামে। পিতা নিলস লিনিয়াস গিৰ্জাৰ পাদৰি। মা-বাবা চেয়েছেন তিনিও যাজক হবেন, কিন্তু হলেন চিকিৎসক।খনিজ, উদ্ভিদ নিয়ে লেখালেখি কৰে পৰিচিতি লাভ কৰেন তিনি। লিনিয়াস শিক্ষাজীবনেৰ অধিকাংশ সময়ই কাটিয়েছেন [[উপসালা ইউনিভাৰ্সিটি|উপসালা ইউনিভাৰ্সিটিতে]]। [[১৭৩০]] সালে এই বিশ্ববিদ্যালয়েৰই প্ৰভাষক হিসেবে যোগ দেন। ১৭৩৫ থেকে ১৭৩৮ সাল পৰ্যন্ত বিদেশে ছিলেন আৰু এ সময়ই [[নেদাৰল্যান্ড]] থেকে তাৰ ''Systema Naturae'' গ্ৰন্থেৰ প্ৰথম সংস্কৰণ প্ৰকাশিত হয়। ইয়াৰপৰ সুইডেনে ফিৰে এসে উপসালাতে উদ্ভিদবিজ্ঞানেৰ অধ্যাপক পদে যোগ দেন। ১৭৪০-ইয়াৰ দশকে বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ শ্ৰেণীবিন্যাস কৰাৰ বাবে তাকে সুইডেনেৰ বিভিন্ন স্থানে পাঠানো হয়েছিল। ১৭৫০ আৰু ৬০-ইয়াৰ দশকে তিনি এই শ্ৰেণীবিন্যাস চালিয়ে যান আৰু ভলিউম ভলিউম বই প্ৰকাশ কৰেন। অনেক প্ৰাণী বা উদ্ভিদেৰ দ্বিপদী নামেৰ শেষে যে নাম ৰেখেছেন তাৰ নামেৰ সংক্ষিপ্ত ৰূপ স্থান পায়। লিনিয়াস যে নামবোৰো ৰেখেছেন সেবোৰোৰ শেষে "L" অক্ষৰটি থাকে। মৃত্যুৰ সময় সমগ্ৰ ইউৰোপ জুৰি অন্যতম সেৰা বিজ্ঞানী হিসেবে পৰিচিতি লাভ কৰেছিলেন। তিনি ১৭৭৭ সালে মৃত্যুবৰণ কৰেন। কবৰেৰ নামফলকে শেষ ইচ্ছানুসাৰে লিনিয়াছৰ নামেৰ পাশে হোমো স্যাপিয়েন্স শব্দটি যুক্ত হয়েছে।<ref name="Prothom alo"/>
-->
 
== বৰ্গীকৰণ পদ্ধতি ==