ভাৰতীয় নাগৰিকত্ব আইন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
40 নং শাৰী:
# বিদেশৰ নাগৰিকত্ব গ্ৰহণ কৰিলে ভাৰতৰ নাগৰিকত্ব হেৰুৱাব লগাত পৰে।
# জালিয়াতিৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিলে সেয়া হেৰুৱাব লগীয়া হয়।
#দেশৰ সৈন্য বাহিনীৰ পৰা পলায়ন কৰিলে ।
#যদিহে কোনো ব্যক্তিয়ে নিজৰ দেশৰ চৰকাৰৰ অনুমতি নোহোৱাকৈ অন্য দেশৰ সন্মান,পদবী গ্ৰণহ কৰে তেন্তে তেওৰ নাগৰিকত্ব বিলুপ্ত হব পাৰে।
#বিবাহসূত্ৰে কোনো ব্যক্তিয়ে আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিলে পূৰ্বৰ নাগৰিকত্ব বিলুপ্ত হয়।