ডি এন এ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
[[File:DNA Structure+Key+Labelled.pn NoBB.png|thumb|right|200px|[[দ্বি সৰ্পিলাকাৰ]] ডিএনএৰ এটা অংশৰ গঠন। [[মৌল]] অনুসৰি গঠনটোৰ [[অনু]]বোৰ ৰঙীন সংকেতৰ দ্বাৰা প্ৰকাশ কৰা হৈছে আৰু সোঁকাষে তলত দুযোৰ আধাৰৰ বিশদ গঠন দেখুওৱা হৈছে।]][[File:ADNDNA animation.gif|thumb|[[দ্বি সৰ্পিলাকাৰ]] ডিএনএৰ এটা অংশৰ গঠন।]]
'''ডিঅক্সিৰাইব' নিউক্লিক এচিড''' ({{IPAc-en|audio=en-us-Deoxyribonucleic_acid.ogg|d|i|ˌ|ɒ|k|s|i|ˌ|r|aɪ|b|ɵ|.|nj|uː|ˌ|k|l|eɪ|.|ɨ|k|_|ˈ|æ|s|ɪ|d}}){{En|Deoxyribonucleic acid|'''DNA'''}} বা '''ডিএনএ''' হৈছে একপ্ৰকাৰৰ যৌগ যি সকলো জ্ঞাত জীৱ আৰু [[ভাইৰাছ]]ৰ বিকাশ, ক্ৰিয়াকলাপ আৰু প্ৰজননৰ বাবো প্ৰয়োজনীয় অধিকাংশ [[জিনীয় তথ্য]] সৰবৰাহ কৰে। ডিএনএ এবিধ [[প্ৰ'টিন]] আৰু [[শৰ্কৰা]] যুক্ত [[নিউক্লিক এচিড]]। বেছিভাগ ডিএনএ দুডাল সৰ্পিলাকাৰ জৈৱবহুযোগী সূত্ৰৰ দ্বাৰা গঠিত হয়। এই সুত্ৰদুডাল [[নিউক্লিয়টাইড]] নামৰ এক সৰল এককৰ [[বহুযোগী]] বাবে ইহঁতক বহুনিউক্লিয়টাইড বোলে।<ref>{{cite web|last1=Purcell|first1=Adam|title=DNA|url=http://basicbiology.net/micro/genetics/dna|website=Basic Biology}}</ref> প্ৰত্যেকটো নিউক্লিয়টাইডত [[নাইট্ৰ'জেন]] আধাৰৰ চাইট'ছিন (C), গুৱানিন (G), এডেনিন (A), বা থাইমিন (T) নামৰ নিউক্লিয়বেছ, ডিঅক্সিৰাইব' নামৰ এটা একশৰ্কৰা আৰু এটা ফছফেট গোট থাকে। ডিএনএ সূত্ৰত এটা নিউক্লিয়টাইডৰ শৰ্কৰাৰ লগত আনটোৰ ফছফেট গোটৰ সৈতে [[সহযোজী বন্ধন]] শৃংখলৰ দ্বাৰা সংযুক্ত হৈ থাকে আৰু বৈকল্পিক শৰ্কৰা-ফছফেট মেৰুদণ্ডৰ গঠন কৰে।
 
"https://as.wikipedia.org/wiki/ডি_এন_এ"ৰ পৰা অনা হৈছে