অসম ৰাজ্যিক সংগ্ৰহালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
অসম ৰাজ্যিক সংগ্ৰহালয় হৈছে উত্তৰ পূৱ ভাৰতৰ মুখ্যসংগ্ৰহালয়। অসম ৰাজ্যিক সংগ্ৰহালয়টো গুৱাহাটী মহানগৰৰ দীঘলী পুখুৰীৰ দক্ষিণত অৱস্থিত। অসম ৰাজ্যিক সংগ্ৰহালয়টো কামৰূপ অনুসন্ধান সমিতিয়ে স্থাপন কৰিছিল আৰু ১৯৪০ চনৰ ২১এপ্ৰিলত তেতিয়াৰ অবিভক্ত অসমৰ গৱৰ্ণৰ ছাৰ ৰবাৰ্ট ৰেইডৰ দ্বাৰা মুক্লিমুকলি কৰা হৈছিল।<ref name=":0">https://museums.assam.gov.in/information-services/the-assam-state-museum</ref> অসম ৰাজ্যিক সংগ্ৰহালয়টোৰ দ্বায়িত্ত্ব ১৯৫৩চনত অসম চৰকাৰে লয় আৰু ইয়াক শৈক্ষিক বিভাগৰ সংগ্ৰহালয় আৰু পুৰাতত্বৰ অধীনত ৰাখে।<ref name=":0" /> ১৯৮৩চনৰ এই দুটা বিভাগ (সংগ্ৰহালয় আৰু পুৰাতত্ব সঞ্চালকালয়)পৃথক কৰা হয়।<ref name=":0" />
 
==সংগ্ৰহসমূহ==
অসম ৰাজ্যিক সংগ্ৰহালয়ত অসম আৰু উত্তৰ পূৱ ভাৰতৰ সমাজ সংস্কৃতিৰ লগত জড়িত বহুটো অমূল্যসম্পদ সংগ্ৰহ কৰি থোৱা হৈছে। <ref name="২">https://museums.assam.gov.in/portlets/master-pieces-of-assam-state-museum</ref>। অসম ৰাজ্যিক সংগ্ৰহালয়ত মুঠতে ১৩৮০২ টা সম্পদ আছে। ইয়াৰে ১৬২১ টাহে প্ৰদৰ্শিত কৰা হয়।ref name="২"/>
 
 
==খোলাৰ সময়==
সংগ্ৰহালয়টোৰ সাধাৰণ জনতাৰ বাবে খোলা ৰখাৰ সময় এনে ধৰণৰ:<ref name=":0" />
 
সোমবাৰে সংগ্ৰহালয়টো বন্ধ ৰখা হয়। আন বাৰে সংগ্ৰহালয়টো ৰাতিপূৱা ১০ ৰ পৰা সন্ধিয়া ৫ বজালৈকে খোলা ৰখা হয়। মাহৰ ২য় আৰু ৩য় শনিবাৰে সংগ্ৰহালয়টো বন্ধ ৰখা হয়।
সোমবাৰে=বন্ধ
 
আন বাৰে = ৰাতিপূৱা ১০ ৰ পৰা সন্ধিয়া ৫ বজালৈকে
 
মাহৰ ২য় আৰু ৩য় শনিবাৰৰ= বন্ধ