অসম ৰাজ্যিক সংগ্ৰহালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
 
==সংগ্ৰহসমূহ==
অসম ৰাজ্যিক সংগ্ৰহালয়ত অসম আৰু উত্তৰ পূৱ ভাৰতৰ সমাজ সংস্কৃতিৰ লগত জড়িত বহুটো অমূল্যসম্পদ সংগ্ৰহ কৰি থোৱা হৈছে। <ref name="২">https://museums.assam.gov.in/portlets/master-pieces-of-assam-state-museum</ref>। অসম ৰাজ্যিক সংগ্ৰহালয়ত মুঠতে ১৩৮০২ টা সম্পদ আছে। ইয়াৰে ১৬২১ টাহে প্ৰদৰ্শিত কৰা হয়।ৃrefহয়।<ref name="২"/> অসম ৰাজ্যিক সংগ্ৰহালয়ত ৪২টা মাষ্টাৰপিচ্‌ বস্তু আছে তাৰ ভিতৰত উল্লেখযোগ্যসমূহ হ'ল:<ref name="২"/>
 
* ১১ শতিকাৰ বুদ্ধ মূৰ্তি : ইয়াক বিহাৰত পোৱা গৈছিলে।
* ১৩ - ১৪ শতিকাৰ নটৰাজ মূৰ্তি : ইয়াক গুৱাহাটীৰ আমবাৰীত পোৱা গৈছিলে।
* ১৯ শতিকাৰ বুদ্ধ মূৰ্তি (কাগজৰ মণ্ড) : ইয়াক মাৰ্ঘেৰিটাৰ বুদ্ধ বিহাৰ পোৱা গৈছিলে।
* ৯ - ১০ শতিকাৰ কাঁহৰ ঘণ্টা : ইয়াক গুৱাহাটীৰ ওদালবাক্ৰা কাহিলিপাৰাত পোৱা গৈছিলে।<br />
==খোলাৰ সময়==
সংগ্ৰহালয়টোৰ সাধাৰণ জনতাৰ বাবে খোলা ৰখাৰ সময় এনে ধৰণৰ:<ref name=":0" />