সমীকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
18 নং শাৰী:
বীজগণিতে সমীকৰণৰ দুটা প্ৰধান শাখাৰ বিষয়ে আলোকপাত কৰে। সেয়া হ'ল বহুপদ ৰাশিৰ সমীকৰণ আৰু ইয়াৰ অন্তৰ্গত ৰৈখিক সমীকৰণ। যেতিয়া মাত্ৰ এটাই চলক থাকে তেতিয়া বহুপদ সমীকৰণৰ ৰূপটো হ'ব P(x)=0 ইয়াত P এটা বহুপদ ৰাশি আৰু ৰৈখিক সমীকৰণৰ ৰূপ হৈছে ax+b=0, য'ত a আৰু b হৈছে দ্রুৱক।
প্ৰতিটো সমীকৰণ বাবে ব্যৱহাৰ হোৱা সমান চিন ('=') ডাল ১৫৫৭ চনত ৰবাৰ্ট ৰেকৰ্ডৰ দ্বাৰা আৱিষ্কৃত হৈছিল। তেওঁ কৈছিল যে দুডাল সমদৈঘ্যৰ সৰল ৰেখাতকৈ বেছি সমান আন একোৱেই হ'ব নোৱাৰে।<ref name="Whetstone">Recorde, Robert, ''The Whetstone of Witte'' … (London, England: {{not a typo|Jhon}} Kyngstone, 1557), [https://archive.org/stream/TheWhetstoneOfWitte#page/n237/mode/2up the third page of the chapter "The rule of equation, commonly called Algebers Rule."]</ref>
== ধৰ্ম ==
[[প্ৰাথমিক বীজগণিত|বীজগণিতত]] যদি এটি সমীকৰণ সত্য হয়, তেন্তে তলৰ কাম সমূহৰ পৰীক্ষা মূলক ব্যৱহাৰৰ দ্বাৰা আন এটি নতুন সমীকৰণ তৈয়াৰ কৰা সম্ভৱ:
 
# উভয় পক্ষত যিকোনো পদ যোগ কৰিব পাৰি।
# উভয় পক্ষৰ পৰা যিকোনো পদ বিয়োগ কৰিব পাৰি।
# উভয় পক্ষকে যিকোনো পদৰ দ্বাৰা পূৰণ কৰে সম্ভৱ।
# উভয় পক্ষকে যিকোনো অশূন্য পদৰে হৰণ কৰিব পাৰি।
# সাধাৰণতে, যিকোনো গাণিতিক ফলন উভয় পক্ষত প্রয়োগ কৰিব পাৰি।
"https://as.wikipedia.org/wiki/সমীকৰণ"ৰ পৰা অনা হৈছে