"সমীকৰণ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

194 বাইট যোগ দিয়া হ’ল ,  2 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
{{Infobox user
<!-- INFOBOX FORMATTING -------->|image_width|abovecolor=|color=|fontcolor=|abovefontcolor=|headerfontcolor=|tablecolor=<!-- LEAD INFORMATION ---------->|title=<!-- optional, defaults to {{BASEPAGENAME}} -->|status=|image=Algebraic equation notation.svg|image_caption=বীজগণিতীয় এক সমীকৰণ}}
'''সমীকৰণ''' গণিতৰ জগতখনত সমীকৰণ হৈছে এটা মাধ্যম যাৰ দ্বাৰা দুটা গাণিতিক ৰাশিক সমান বুলি প্ৰকাশ কৰা হয়। বা সমীকৰণ শব্দটোৰহ'ল ইংৰাজী প্ৰতিশব্দ 'equation'সংখ্যা আৰু ইয়াৰ সহজাতৰ অৰ্থ ভাষা ভেদে ভিন্ন হোৱা দেখা যায়, উদাহৰণ স্বৰূপে ইংৰাজী 'equation' শব্দটোৱে যিকোনো সমতাক বুজোৱাৰ বিপৰীতে ফৰাছী ভাষাত 'équation' বুলিলে এটা বা অধিক চলক থকা ৰাশিক বুজা যায়। <ref>{{cite journal |last1=Marcus |first1=Solomon |last2=Watt |first2=Stephen M. |date= |title=What is an Equation? |url=https://www.academia.edu/3287674/What_is_an_Equationপ্ৰতীক |journal=ব্যৱহাৰ |volume=কৰি |issue=লিখা |pages=এক |doi=বিশেষ |access-date=2019-02-27গাণিতিক }}</ref>বিবৃতি।
সমীকৰণ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ 'equation' আৰু ইয়াৰ সহজাতৰ অৰ্থ ভাষা ভেদে ভিন্ন হোৱা দেখা যায়, উদাহৰণ স্বৰূপে ইংৰাজী 'equation' শব্দটোৱে যিকোনো সমতাক বুজোৱাৰ বিপৰীতে ফৰাছী ভাষাত 'équation' বুলিলে এটা বা অধিক চলক থকা ৰাশিক বুজা যায়। <ref>{{cite journal |last1=Marcus |first1=Solomon |last2=Watt |first2=Stephen M. |date= |title=What is an Equation? |url=https://www.academia.edu/3287674/What_is_an_Equation |journal= |volume= |issue= |pages= |doi= |access-date=2019-02-27 }}</ref>
সমীকৰণ সমাধান বুলিলে সমীকৰণৰ চলক সমূহৰ মান নিৰ্ণয় কৰাক বুজায় যি মানৰ বাবে সমীকৰণটো সত্য প্ৰমাণিত হয়। চলক হৈছে কিছুমান পদ যাৰ মান পূৰ্ব নিৰ্ধাৰিত নহয়। সাধাৰণতে দুই ধৰণৰ সমীকৰণ আছে, যেনে: পৰিচয় সূচক আৰু চৰ্তসাপেক্ষ সমীকৰণ। চৰ্তসাপেক্ষ সমীকৰণ সমূহ চলকৰ কিছুমান নিৰ্দিষ্ট মানৰ বাবেহে সত্য। <ref>{{cite book
|chapterurl=http://www.universalis.fr/encyclopedie/NT01240/EQUATION_mathematique.htm
5,330

টা সম্পাদনা