অসম ৰাজ্যিক সংগ্ৰহালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
অসম ৰাজ্যিক সংগ্ৰহালয় হৈছে উত্তৰ পূৱ ভাৰতৰ মুখ্যসংগ্ৰহালয়। অসম ৰাজ্যিক সংগ্ৰহালয়টো গুৱাহাটী মহানগৰৰ দীঘলী পুখুৰীৰ দক্ষিণত অৱস্থিত। অসম ৰাজ্যিক সংগ্ৰহালয়টো কামৰূপ অনুসন্ধান সমিতিয়ে স্থাপন কৰিছিল আৰু ১৯৪০ চনৰ ২১এপ্ৰিলত তেতিয়াৰ অবিভক্ত অসমৰ গৱৰ্ণৰ ছাৰ ৰবাৰ্ট ৰেইডৰ দ্বাৰা মুকলি কৰা হৈছিল।<ref name=":0">https://museums.assam.gov.in/information-services/the-assam-state-museum</ref> অসম ৰাজ্যিক সংগ্ৰহালয় হৈছে ৰায় বাহাদুৰ কনক লাল বৰুৱাৰ মানস সন্তান।<ref name=":1">http://www.abhijna-emuseum.com/museums-of-india/the-assam-state-museum-a-brief-introduction/</ref> অসম ৰাজ্যিক সংগ্ৰহালয়টোৰ দ্বায়িত্ত্ব ১৯৫৩চনত অসম চৰকাৰে লয় আৰু ইয়াক শৈক্ষিক বিভাগৰ সংগ্ৰহালয় আৰু পুৰাতত্বৰ অধীনত ৰাখে।<ref name=":0" /> পি ডি চৌধুৰী আছিল সংগ্ৰহালয়টোৰ প্ৰথম সঞ্চালক।<ref name=":1" /> ১৯৮৩চনৰ এই দুটা বিভাগ (সংগ্ৰহালয় আৰু পুৰাতত্ব সঞ্চালকালয়)পৃথক কৰা হয়।<ref name=":0" />
 
==ইতিহাস==
অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ইতিহাস আৰম্ভ হয় কুৰি শতিকাৰ আৰম্ভণিতেই। ইয়াৰ প্ৰতিস্থাপক সংস্থান কামৰূপ অনুসন্ধান সমিতি আছিল ১৯১২ চনত এদল স্বেস্বাসেৱকৰ দ্বাৰা গঠিত হোৱা এক সংস্থান। <ref name="৩">Kalita, A(2017)Education through Museum: A Historical Study of the Assam State Museum, Guwahati,International Journal of Humanities & Social Science Studies,. 347-353</ref> কামৰূপ অনুসন্ধান সমিতিয়ে অঞ্চলটোত শিচৰিত হৈ থকা বহুতো ঐতিহাসিক সম্পদ আহৰণ কৰি নিজাকৈ সংগ্ৰহ কৰিছিল।
 
==সংগ্ৰহসমূহ==