অসম ৰাজ্যিক সংগ্ৰহালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
 
==ইতিহাস==
অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ইতিহাস আৰম্ভ হয় কুৰি শতিকাৰ আৰম্ভণিতেই। ইয়াৰ প্ৰতিস্থাপক সংস্থান কামৰূপ অনুসন্ধান সমিতি আছিল ১৯১২ চনত এদল স্বেস্বাসেৱকৰ দ্বাৰা গঠিত হোৱা এক সংস্থান। <ref name="৩">Kalita, A(2017)Education through Museum: A Historical Study of the Assam State Museum, Guwahati,International Journal of Humanities & Social Science Studies,. 347-353</ref> কামৰূপ অনুসন্ধান সমিতিয়ে অঞ্চলটোত শিচৰিত হৈ থকা বহুতো ঐতিহাসিক সম্পদ আহৰণ কৰি নিজাকৈ সংগ্ৰহ কৰিছিল। কামৰূপ অনুসন্ধান সমিতিৰ স্বেস্বাসেৱকসকলে আহৰণ কৰা সম্পদসমূহকলৈ নিজাকৈয়ে সংগ্ৰহালয় সাজি উলিয়াইছিল য'ত আছিলে শিলাচিত্ৰ আৰু ভিন ভিন সামগ্ৰী। তেওঁলোকৰ মূল উদ্দেশ্য আছিল সম্পদসমূহৰ সংৰক্ষন আৰু প্ৰদৰ্শন।<ref name="৩"/>
 
==সংগ্ৰহসমূহ==