গাণিতিক প্ৰমাণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
 
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
12 নং শাৰী:
গাণিতিক সত্যাপন আৰু প্ৰমাণ দুয়োটা ভিন্ন। সত্যাপনে সঁচা বুলি বিশ্বাস হোৱা কোনো এটা উক্তিক সকলো ক্ষেত্ৰতে সঁচা হ'ব বুলি নিশ্চয়তা দিব নোৱাৰে।
অপ্ৰমাণিত প্ৰস্তাৱ এটাক অনুমান বুলি কোৱা হয় আৰু ইয়াক সত্য বুলি ধৰা হয় যদিহে এনে একোটা প্ৰস্তাৱ অনুৰূপ ভাৱে গণিতৰ ক্ষেত্ৰ খনত প্ৰায়ে ব্যৱহাৰ কৰা হৈ থাকে।<ref name=":0">{{Cite web|url=https://mathvault.ca/math-glossary|title=The Definitive Glossary of Higher Mathematical Jargon|last=|first=|date=2019-08-01|website=Math Vault|language=en-US|url-status=live|archive-url=|archive-date=|access-date=2019-10-20}}</ref>
 
'''প্ৰমাণৰ প্ৰকাৰ'''
গাণিতিক প্ৰমাণ বহু প্ৰকাৰৰ-
Line 21 ⟶ 22:
#হ্রাসকৰণ আৰু উদ্ভটমূলক প্ৰমাণ (Reduction and Absurdum method)
#নিঃশেষকৰণ প্ৰমাণ (Proof of exhaustion)
 
'''তথ্যসূত্ৰ'''