গাণিতিক প্ৰমাণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
22 নং শাৰী:
#হ্রাসকৰণ আৰু উদ্ভটমূলক প্ৰমাণ (Reduction and Absurdum method)
#নিঃশেষকৰণ প্ৰমাণ (Proof of exhaustion)
 
'''প্ৰত্যক্ষ প্ৰমাণ:''' ইয়াত প্ৰমাণ কৰিবলগীয়া সিদ্ধান্ত সমূহ প্ৰতিষ্ঠিত বাস্তৱ ঘটনা, সাধাৰণতে স্বতঃসিদ্ধ বা উপপাদ্যৰ সহায়ত প্ৰত্যক্ষ ভাৱে সত্য বা অসত্য বুলি দেখুৱা হয়।<ref>Cupillari, p. 20.</ref> এই প্ৰমাণ জ্যামিতিৰ জগত খনত বহুল ভাৱে ব্যৱহৃত। এই প্ৰমাণে নিগমনাত্মক বা অৱৰোহী বিচাৰ পদ্ধতি ব্যৱহাৰ কৰে। সাধাৰণতে "যদি p তেন্তে q'' বা ''pয়ে q ক সূচায়'', যিটোক p=>q হিচাপে লিখিব পাৰি ধৰণৰ উক্তিবোৰ প্ৰমাণ কৰিবলৈ প্ৰত্যক্ষ প্ৰমাণ ব্যৱহাৰ কৰা হয়। এই প্ৰমাণে দুটা পৰ্যায় মানি চলে-
#প্ৰথম পৰ্যায়ত p উক্তিটো সত্য বুলি ধৰি লোৱা হয় আৰু
# দ্বিতীয় পৰ্যায়ত p=>q ক সত্য বুলি দেখুৱাবলৈ p ৰ বিষয়ে যি জনা যায় তাক ব্যৱহাৰ কৰা হয় যাতে q উক্তিটো সত্য প্ৰমাণিত হয়। উদাহৰণ স্বৰূপে দুটা যুগ্ম সংখ্যাৰ যোগ ফল সদায় এটা যুগ্ম সংখ্যা। ধৰা হ'ল দুটা যুগ্ম সংখ্যা ক্ৰমে 6 আৰু 2, (যিহেতু উভয়ে 2ৰে বিভাজ্য)। এতিয়া, 6+2=8 য'ত 8 এটা যুগ্ম সংখ্যা। কাৰণ 8 ক 2ৰে কোনো ভাগশেষ নথকাকৈ ভাগ কৰিব পাৰি।
 
'''তথ্যসূত্ৰ'''