পৰিসংখ্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
5 নং শাৰী:
'''পৰিসংখ্যা''' হৈছে এক বিজ্ঞান য'ত তথ্য আহৰণ, সংগঠিতকৰণ বা শ্রেণীভুক্তকৰণ, উপস্থাপন আৰু বিশ্লেষণ কৰা হয়।<ref name=ox>{{cite web | title=Oxford Reference|url=https://www.oxfordreference.com/view/10.1093/acref/9780199541454.001.0001/acref-9780199541454-e-1566?rskey=nxhBLl&result=1979}}</ref><ref>{{cite encyclopedia |first=Jan-Willem |last=Romijn |year=2014 |title=Philosophy of statistics |encyclopedia=Stanford Encyclopedia of Philosophy |url=http://plato.stanford.edu/entries/statistics/}}</ref><ref>{{cite web | title=Cambridge Dictionary | url=https://dictionary.cambridge.org/dictionary/english/statistics}}</ref> কোনো বৈজ্ঞানিক, ঔদ্যোগিক, বা সামাজিক ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানক প্ৰয়োগ কৰিবৰ বাবে কিছুমান তথ্য বা ডাটাৰ ব্যৱহাৰ কৰা হয়। এই তথ্যৰ প্ৰকাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে যেনেঃ পৃথিৱীত বাস কৰা লোকসকল, বা এটা শ্ৰেণীৰ পুৰুষ আৰু মহিলাৰ সংখ্যা ইত্যাদি। পৰিসংখ্যাই তথ্যৰ সৈতে জড়িত প্ৰতিটো দিশকেই অধ্যয়ন কৰে। তথ্য সংগ্ৰহৰ পৰিকল্পনাকে আদি কৰি প্ৰশ্ন তালিখাৰ আৰ্হি প্ৰস্তুত আৰু তথ্য সংগ্ৰহৰ পদ্ধতি নিৰ্নয়কো পৰিসংখ্যাই বিবেচনা কৰে।<ref name=Dodge>Dodge, Y. (2006) ''The Oxford Dictionary of Statistical Terms'', Oxford University Press. {{isbn|0-19-920613-9}}</ref>
 
'''===আৰম্ভণি'''===
পৰিসংখ্যাক গণিতৰ এক শাখা বা গণিতৰ এক অংগ বুলি বিবেচনা কৰা হয় যি, তথ্য সংগ্ৰহ, সংগঠিতকৰণ, উপস্থাপন আৰু বিশ্লেষণৰ সৈতে জড়িত।<ref>Moses, Lincoln E. (1986) ''Think and Explain with Statistics'', Addison-Wesley, {{isbn|978-0-201-15619-5}}. pp. 1–3</ref><ref>Hays, William Lee, (1973) ''Statistics for the Social Sciences'', Holt, Rinehart and Winston, p.xii, {{isbn|978-0-03-077945-9}}</ref>
যদিও পৰিসংখ্যাই ডাটা সংগ্ৰহ কৰি ইয়াৰ ওপৰত কৰা বিশ্লেষণ আৰু ইয়াৰ জড়িয়তে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া এক অনিচ্ছয়তাৰ আৱৰ্তত থাকে, তথাপিও কোনো কোনো ব্যক্তিৰ মতে পৰিসংখ্যা, গণিতৰ এক শাখা হোৱাৰ বিপৰীতে ই এক সুকীয়া গাণিতিক বিজ্ঞান।<ref>{{cite book |last=Moore |first=David |title=Statistics for the Twenty-First Century |publisher=The Mathematical Association of America |editor=F. Gordon |editor2=S. Gordon |location=Washington, DC |year=1992 |pages=14–25 |chapter=Teaching Statistics as a Respectable Subject |isbn=978-0-88385-078-7 |url=https://archive.org/details/statisticsfortwe0000unse }}
</ref><ref>{{cite book |last=Chance |first=Beth L. |author2=Rossman, Allan J. |title=Investigating Statistical Concepts, Applications, and Methods |publisher=Duxbury Press |year=2005 |chapter=Preface |isbn=978-0-495-05064-3 |chapter-url=http://www.rossmanchance.com/iscam/preface.pdf}}</ref>
 
'''===গাণিতিক পৰিসংখ্যা:''' ===
গাণিতিক পৰিসংখ্যা হৈছে পৰিসংখ্যাত গণিতৰ ব্যৱহাৰ। ইয়াত গাণিতিক কৌশল সমূহ যেনে: গণিতীয় বিশ্লেষণ, ৰৈখিক বীজগণিত, সম্ভাৱীতা, সম্ভাৱীতাৰ সুত্ৰাৱলী, পাৰ্থক্য সূচক সমীকৰণ আদিৰ আলোচনা কৰা হয়।
 
'''===তথ্যসূত্ৰ'''===
"https://as.wikipedia.org/wiki/পৰিসংখ্যা"ৰ পৰা অনা হৈছে