জম্মু আৰু কাশ্মীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
<!-- See Template:Infobox settlement for additional fields and descriptions -->
| name = জম্মু আৰু কাশ্মীৰ
| native_name = <!-- Jammu and Kashmir -->
| native_name_lang =
| type = ৰাজ্য
79 নং শাৰী:
'''জম্মু আৰু কাশ্মীৰ''' ({{Lang-en|Jammu and Kashmir}})<ref>{{Citation |last=Jones |first=Daniel |author-link=Daniel Jones (phonetician) |title=English Pronouncing Dictionary |editors=Peter Roach, James Hartmann and Jane Setter |place=Cambridge |publisher=Cambridge University Press |orig-year=1917 |year=2003 |isbn=3-12-539683-2 }}</ref> [[ভাৰত]]ৰ সকলোতকৈ উত্তৰত অৱস্থিত ৰাজ্য। [[হিমালয়]] পৰ্বমালাত ৰাজ্যখনৰ অধিকাংশ অৱস্থিত, ৰাজ্যখনৰ চাৰিসীমাত ভাৰতৰ আন দুখন ৰাজ্য হিমাচল প্ৰদেশ আৰু পাঞ্জাৱ আছে, ৰাজ্যখনৰ উত্তৰ পূৱ দিশত আছে চীন দেশ, লাইন অৱ কণ্ট্ৰলে ৰাজ্যখনক পশ্ছিম দিশত পাকিস্তান অধিকৃত কাশ্মীৰ আৰু উত্তৰ-পশ্ছিম দিশত পাকিস্তানৰ গিলগিট-বল্টিষ্টান প্ৰদেশৰ পৰা পৃথক কৰিছে। ভাৰতীয় সংবিধানৰ দফা ৩৭০ৰ অনুসৰি জম্মু আৰু কাশ্মীৰ এখন শ্বায়ত্ব শাসিত ৰাজ্য, আৰু ইয়াৰ অধীনত ৰাজ্যখনে আন ৰাজ্যৰ তুলনাত কিছুমান বিশেষ ক্ষমতা লাভ কৰে।<ref>http://timesofindia.indiatimes.com/india/What-is-Article-370-Three-key-points/articleshow/35678708.cms</ref><ref>{{cite news |url=http://news.bbc.co.uk/2/shared/spl/hi/south_asia/03/kashmir_future/html/default.stm |title=In Depth-the future of Kashmir |publisher=BBC News |date= |accessdate=16 April 2013}}</ref>
 
স্বাধীনতাৰ পূৰ্বৰ ব্ৰিটিচ শাসিত জম্মু আৰু কাশ্মীৰ প্ৰিন্সলি প্ৰদেশৰ অধিকাৰকলৈ পাছৰ সময়ত ভাৰত,পাকিস্তান আৰু চীনৰ মাজত বহুবাৰ বিবাদ হৈছে, আৰু এইসমূহৰ সম্পূৰ্ণ সমাধান এইপৰ্যন্ত হোৱা নাই। পাকিস্তানে নিজৰ বুলি দাবী কৰা ভাৰতৰ নিয়ন্ত্ৰনাধীন <ref>{{cite web |url=http://www.pakun.org/kashmir/history.php |title=Kashmir – Pakistan Mission to UN |publisher=Pakun.org |date= |accessdate=16 April 2013}}</ref> কাশ্মীৰৰ ভূখণ্ডক "ভাৰত অধিকৃত কাশ্মীৰ" বুলি অভিহিত কৰে। আনহাতেদি ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাই কাশ্মীৰৰ এই অংশক "ভাৰতীয় শাসনাধিস্থ কাশ্মীৰ" বুলি ক’ব খোজে। <ref>{{cite web |url=http://www.unhchr.ch/huricane/huricane.nsf/view01/1058F3E39F77ACE5C12574B2004E5CE3?opendocument|title=OHCHR calls for restraint in Indian-administered Kashmir|date=27 August 2008|work=United Nations|accessdate=19 July 2011}}</ref> পাকিস্তানৰ নিয়ন্ত্ৰনাধীন কাশ্মীৰৰ অংশক ভাৰতত ভিতৰত "পাক অধিকৃত কাশ্মীৰ (PoK)", পাকিস্তানত "আজাদ (স্বাধীন) জম্মু আৰু কাশ্মীৰ" আৰু সধাৰণ ভাবে "পাকিস্তান শাসনাধিস্থ কাশ্মীৰ" বুলি জনা যায়।<ref>{{cite web |url= http://ibnlive.in.com/news/no-militant-returned-from-pakistan-occupied-kashmir-officially/378181-3-245.html |title=No militant returned from Pakistan occupied Kashmir officially |publisher=Ibnlive.in.com |date= |accessdate=16 April 2013}}</ref><ref>{{cite web |url= http://www.neurope.eu/blog/pakistan-s-manipulation-status-gilgit-baltistan |title=Pakistan's Manipulation of the status of Gilgit- Baltistan &#124; New Europe |publisher=Neurope.eu |date=24 March 2013 |accessdate=16 April 2013}}</ref><ref>{{cite web |url= http://www.sunday-guardian.com/analysis/china-makes-its-presence-felt-in-pak-occupied-kashmir |title=China makes its presence felt in Pak occupied Kashmir |publisher=Sunday-guardian.com |date= |accessdate=16 April 2013}}</ref><ref>{{cite web |url= http://www.idsa.in/strategicanalysis/37_1/Pakistan-OccupiedKashmironthePeriphery |title=Pakistan-Occupied Kashmir on the Periphery &#124; Institute for Defence Studies and Analyses |publisher=Idsa.in |date= |accessdate=16 April 2013}}</ref><ref>[http://www.tandfonline.com/doi/abs/10.1080/09700161.2013.737594?journalCode=rsan20 Pakistan-Occupied Kashmir on the Periphery]. Priyanka Singh. Strategic Analysis. Vol. 37, Iss. 1, 2013</ref> চীনৰ নিয়ন্ত্ৰনাধীন কাশ্মীৰৰ অংশক আক্‌চাই চীন বুলি জনা যায়।
 
জম্মু আৰু কাশ্মীৰ তিনিটা মূল অংশৰে গঠিত: জম্মু, কাশ্মীৰ উপত্যকা আৰু লাডাখ।[[লাডাখ]]। গ্ৰীষ্মকালত ৰাজ্যখনৰ ৰাজধানী শ্ৰীনগৰ আৰু শীতকালত ৰাজধানী কাশ্মীৰ। কাশ্মীৰ উপত্যকা ইয়াৰ পৰ্বতমালা আৰু প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াত থকা পবিত্ৰ তীৰ্থস্থান সমূহৰ বাবে বিখ্যাত। প্ৰতি বছৰে হাজাৰ হাজাৰ হিন্দু তীৰ্থ যাত্ৰী এই তীৰ্থসমূহ দৰ্শনৰ বাবে কাশ্মীৰলৈ আহে। পৰ্বতৰ নৈসৰ্গিক সৌন্দৰ্য আৰু বৌদ্ধ ধৰ্মীয় সংস্কৃতিৰ বাবে বিখ্যাত লাডাখক "লিটল (সুক্ষ্ম) [[তিব্বত]]" বুলিও জনা যায়। জম্মু আৰু কাশ্মীৰ ভাৰতৰ একমাত্ৰ মুছলিম সংখ্যাগৰিষ্ঠ ৰাজ্য।<ref>India's Agony Over Religion, page 245 Gerald James Larson - 1995</ref>
 
<!-- ==ইতিহাস== -->
101 নং শাৰী:
|২৫.৯৩%
|-
|[[লাডাখ]]
| ৫৯,১৪৬
| ৫৮.৩৩%