পৰিসংখ্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
12 নং শাৰী:
===গাণিতিক পৰিসংখ্যা===
গাণিতিক পৰিসংখ্যা হৈছে পৰিসংখ্যাত গণিতৰ ব্যৱহাৰ। ইয়াত গাণিতিক কৌশল সমূহ যেনে: গণিতীয় বিশ্লেষণ, ৰৈখিক বীজগণিত, সম্ভাৱীতা, সম্ভাৱীতাৰ সুত্ৰাৱলী, পাৰ্থক্য সূচক সমীকৰণ আদিৰ আলোচনা কৰা হয়।
 
=== মূল আৰু ইতিহাস ===
 
[[File:Jerôme Cardan.jpg|thumb|right|upright=1.05|[[Gerolamo Cardano]], সম্ভাৱীতাৰ গাণিতিক বিশ্লেষণৰ বাটকটীয়া]]
 
পৰিসংখ্যাৰ ইংৰাজী প্ৰতিশব্দ 'Statistics' শব্দটি লেটিন শব্দ 'Statuss', ইটালীয় শব্দ 'Statista' বা জাৰ্মান শব্দ 'Statistik'ৰ পৰা উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়। 'statuss' আৰু 'statistik' শব্দৰ অৰ্থ 'ৰাষ্ট্ৰ' আৰু 'Statista' শব্দৰ অৰ্থ ৰাষ্ট্ৰৰ কাৰ্যাৱলী। ইয়াৰ পৰা বুজা যায় যে, ৰাষ্ট্ৰৰ কাম কাজ পৰিচালনাৰ বাবেই পৰিসংখ্যা বিজ্ঞানৰ উৎপত্তি হৈছে। ৰাষ্ট্ৰৰ বিভিন্ন তথ্য যেনেঃ জনসংখ্যা, জন্ম-মৃত্যুৰ হাৰ, আদি নিৰ্ধাৰণৰ ক্ষেত্ৰত পৰিসংখ্যাৰ ব্যৱহাৰ হয়। ৮ আৰু ১৩ শতাব্দীৰ মাজৰ ইছলামিক স্বৰ্ণ যুগৰ সময় চোৱাত আৰৱ গণিতজ্ঞ আৰু আৰু সাংকেতিক বাৰ্তা লিখোঁতাৰ দ্বাৰা সম্ভাৱীতা আৰু পৰিসংখ্যাৰ ব্যৱহাৰ হোৱা বুলি ধৰা হয়। আল-খালিলে(৭১৭-৭৮৬) সাংকেতিক বাৰ্তাৰ ওপৰত লিখা গ্ৰন্থ খনত স্বৰধ্বনি যুক্ত আৰু অযুক্ত সকলো সম্ভৱপৰা আৰৱী শব্দৰ তালিকা প্ৰস্তুত কৰিবলৈ পোন প্ৰথমবাৰৰ বাবে বিন্যাস আৰু জোটৰ ব্যৱহাৰৰ কৰিছিল।<ref name="LB">{{cite journal|last=Broemeling|first=Lyle D.|title=An Account of Early Statistical Inference in Arab Cryptology|journal=The American Statistician|date=1 November 2011|volume=65|issue=4|pages=255–257|doi=10.1198/tas.2011.10191}}</ref>
 
===তথ্যসূত্ৰ===
"https://as.wikipedia.org/wiki/পৰিসংখ্যা"ৰ পৰা অনা হৈছে