সম্ভাৱিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
6 নং শাৰী:
 
কোনো ঘটনা ঘটাৰ সম্ভাৱনা পৰিমাপ কৰাই সম্ভাৱীতা। সম্ভাৱীতাৰ সৈতে ঘটনাৰ যোগসূত্ৰ প্রচুৰ। 'ঘটনা' হৈছে আমাৰ চাৰিওফালে দৃশ্যমান এনে কোনো পৰিস্থিতি যাৰ ফলাফল বিদ্যমান। আৰু 'সম্ভাৱীতা' হ'ল এনে এটি গাণিতিক হিচাব যি আমাক ঘটনা সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰাত সহায়তা কৰে। সম্ভাৱীতা সম্পর্কে বিস্তাৰ ভাৱে জানিবলৈ বিভিন্ন বিষয় সম্পর্কে স্বচ্ছ ধাৰণা থাকা দৰকাৰ: যোৰ, বিন্যাস, সমাৱেশ ইত্যাদি।এটি ঘটনা A-ৰ সম্ভাৱিতাৰ সংজ্ঞা এনেকৈ দিব পাৰি- ধৰা হ'ল A এটা ঘটনা আৰু A-ৰ সম্ভাৱীতাক ০ আৰু ১ ৰ ভিতৰত এটি প্রকৃত ৰাশি দ্বাৰা প্ৰকাশ কৰা যায়, যাক আমি P(A), p(A) বা Pr(A) বুলি লিখোঁ। কোনো ঘটনাৰ সম্ভাৱীতা ০ হ'লে তাক অসম্ভৱ ঘটনা, আৰু কোনো ঘটনাৰ সম্ভাৱীতা ১ হ'লে তাক কোৱা হয় অৱশ্যম্ভাৱী ঘটনা।<ref name="Stuart and Ord 2009">"Kendall's Advanced Theory of Statistics, Volume 1: Distribution Theory", Alan Stuart and Keith Ord, 6th Ed, (2009), {{ISBN|978-0-534-24312-8}}.</ref><ref name="Feller">William Feller, "An Introduction to Probability Theory and Its Applications", (Vol 1), 3rd Ed, (1968), Wiley, {{ISBN|0-471-25708-7}}.</ref>
==তথ্য সংগ্ৰহ==
 
{{Reflist}}
[[শ্ৰেণী:সম্ভাৱিতা]]
"https://as.wikipedia.org/wiki/সম্ভাৱিতা"ৰ পৰা অনা হৈছে