সম্ভাৱিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
[[File:Dice Probability.png|thumb|250px|দুটা লুদু গুটি দলিয়াই দিলে সম্ভাৱ্য ঘটনাৰ ফলাফল]]
 
'''সম্ভাৱীতাসম্ভাৱিতা''' সম্ভাৱীতা বা সম্ভাৱনা তত্ত্ব হৈহৈছে গণিতৰ এটি শাখা য'ত গণনামূলকভাবে কোনিকোনো ঘটনা বা ভৱিষ্যত পৰীক্ষাৰ এটি নির্দিষ্ট ফলাফলত উপনীত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হয়।<ref>[https://web.archive.org/web/20150428142545/http://machaut.uchicago.edu/?resource=Webster%27s&word=probability&use1913=on "Probability"]. ''[[Webster's Dictionary|Webster's Revised Unabridged Dictionary]]''. G & C Merriam, 1913.</ref> বিন্যাস তথা সমাবেশ গৱেষণা সম্ভাৱনা নির্ণয়ৰ বাবে উপযোগী। ই পৰিসংখ্যাৰ অন্যতম ভিত্তি।
 
কোনো ঘটনা ঘটাৰ সম্ভাৱনা পৰিমাপ কৰাই সম্ভাৱীতা।সম্ভাৱিতা। সম্ভাৱীতাৰসম্ভাৱিতাৰ সৈতে ঘটনাৰ যোগসূত্ৰ প্রচুৰ। 'ঘটনা' হৈছে আমাৰ চাৰিওফালে দৃশ্যমান এনে কোনো পৰিস্থিতি যাৰ ফলাফল বিদ্যমান। আৰু 'সম্ভাৱীতাসম্ভাৱিতা' হ'ল এনে এটি গাণিতিক হিচাব যি আমাক ঘটনা সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰাত সহায়তা কৰে। সম্ভাৱীতাসম্ভাৱিতা সম্পর্কে বিস্তাৰ ভাৱে জানিবলৈ বিভিন্ন বিষয় সম্পর্কে স্বচ্ছ ধাৰণা থাকা দৰকাৰ: যোৰ, বিন্যাস, সমাৱেশ ইত্যাদি।এটিইত্যাদি। এটি ঘটনা A-ৰ সম্ভাৱিতাৰ সংজ্ঞা এনেকৈ দিব পাৰি- ধৰা হ'ল A এটা ঘটনা আৰু A-ৰ সম্ভাৱীতাকসম্ভাৱিতাক ০ আৰু ১ ৰ ভিতৰত এটি প্রকৃত ৰাশিৰাশিৰ দ্বাৰা প্ৰকাশ কৰা যায়, যাক আমি P(A), p(A) বা Pr(A) বুলি লিখোঁ। কোনো ঘটনাৰ সম্ভাৱীতাসম্ভাৱিতা ০ হ'লে তাক অসম্ভৱ ঘটনা, আৰু কোনো ঘটনাৰ সম্ভাৱীতাসম্ভাৱিতা ১ হ'লে তাক কোৱা হয় অৱশ্যম্ভাৱী ঘটনা।<ref name="Stuart and Ord 2009">"Kendall's Advanced Theory of Statistics, Volume 1: Distribution Theory", Alan Stuart and Keith Ord, 6th Ed, (2009), {{ISBN|978-0-534-24312-8}}.</ref><ref name="Feller">William Feller, "An Introduction to Probability Theory and Its Applications", (Vol 1), 3rd Ed, (1968), Wiley, {{ISBN|0-471-25708-7}}.</ref>
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/সম্ভাৱিতা"ৰ পৰা অনা হৈছে