"সম্ভাৱিতা"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

230 বাইট বিলোপ কৰা হ’ল ,  1 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
 
৮ আৰু ১৩ শতাব্দীৰ মাজৰ ইছলামিক স্বৰ্ণ যুগৰ সময় চোৱাত আৰৱ গণিতজ্ঞ আৰু আৰু সাংকেতিক বাৰ্তা লিখোঁতাৰ দ্বাৰা সম্ভাৱীতা আৰু পৰিসংখ্যাৰ ব্যৱহাৰ হোৱা বুলি ধৰা হয়। আল-খালিলে(৭১৭-৭৮৬) সাংকেতিক বাৰ্তাৰ ওপৰত লিখা গ্ৰন্থ খনত স্বৰধ্বনি যুক্ত আৰু অযুক্ত সকলো সম্ভৱপৰা আৰৱী শব্দৰ তালিকা প্ৰস্তুত কৰিবলৈ পোন প্ৰথমবাৰৰ বাবে বিন্যাস আৰু জোটৰ ব্যৱহাৰৰ কৰিছিল।<ref name="LB">{{cite journal|last=Broemeling|first=Lyle D.|title=An Account of Early Statistical Inference in Arab Cryptology|journal=The American Statistician|date=1 November 2011|volume=65|issue=4|pages=255–257|doi=10.1198/tas.2011.10191}}</ref>
 
[[Image:Al-kindi c6ryptographic.png|thumb|140px|[[Al-Kindi]]'s ''আল-কিন্দিৰ সাংকেতিক চিহ্নৰ বাৰ্তা বিষয়ক কিতাপৰ এটি পৃষ্ঠা'']]
 
তেওঁ পৰিসংখ্যা বিজ্ঞানৰ আটাইতকৈ পুৰণি কিতাপ খনৰ পাণ্ডুলিপি লিখিছিল। ৮০১-৮৭৩ শতাব্দীত লিখা এই কিতাপখনত তেওঁ সাংকেতিক বাৰ্তাৰ ক্ষেত্ৰত পৰিসংখ্যা আৰু বাৰংবাৰতা কিদৰে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে লিখিছিল। এই পাণ্ডুলিপিয়ে পৰিসংখ্যা বিজ্ঞান আৰু সাংকেতিক বার্তাৰ জগত খনত এটা ভেটি প্ৰতিষ্ঠা কৰিলে।<ref name=sim2000>{{cite book|last=Singh|first=Simon|authorlink=Simon Singh|title=The code book : the science of secrecy from ancient Egypt to quantum cryptography|year=2000|publisher=Anchor Books|location=New York|isbn=978-0-385-49532-5|edition=1st Anchor Books|title-link=The code book : the science of secrecy from ancient Egypt to quantum cryptography}}</ref><ref name=ibr1992>Ibrahim A. Al-Kadi "The origins of cryptology: The Arab contributions", ''[[Cryptologia]]'', 16(2) (April 1992) pp. 97&ndash;126.</ref>
১৬শ শতিকাত যেতিয়া ইটালিৰ পদাৰ্থবিদ আৰু গণিতজ্ঞ জে. কার্ডনে তেওঁৰ কিতাপ 'The Book on Games of Chance' লিখি উলিয়াইছিল সেই সময়তেই সম্ভাৱিতাৰ সূত্ৰই স্থিতি লৈছিল। সম্ভাৱিতাৰ অধ্যয়নে আৰম্ভণিৰ পৰাই বহুতো মহান গণিতজ্ঞক আকৰ্ষণ কৰিছিল। জেমচ্ বাৰ্ণুলি (১৬৫৪-১৭০৫), এ.ডি.মইভাৰ (১৬৬৭-১৭৫৪) আৰু পিয়েৰে এই ক্ষেত্ৰত অৱদান আগবঢ়াইছিল। লাপছৰ 'Theorie Analytique des Probabilities', ১৮১২, সম্ভাৱিতা সূত্ৰৰ ক্ষেত্ৰত আটাইতকৈ মহান অৱদান। [[File:Cardano.jpg|thumb|140px|[[জে. কার্ডন]] (১৬শ শতিকা)]]
1,976

টা সম্পাদনা