পৰিসংখ্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
1 নং শাৰী:
<!-- {{StatsTopicTOC}} -->
{{short description|Study of the collection, analysis, interpretation, and presentation of data}}
{{StatsTopicTOC}}
[[File:Standard Normal Distribution.png|thumb|upright=1.3|right|এক সাধাৰণ বিতৰণ, সম্ভাৱীতাৰ ঘনত্বৰ ফলন,]]
[[File:Iris Pairs Plot.png|thumb|upright=1.3|right|বিশ্লেষণাত্মক পৰিসংখ্যা বিজ্ঞানত স্কেটাৰ পল্ট ব্যৱহাৰ কৰা হয়, যাৰ দ্বাৰা বিভিন্ন ধ্ৰুৱক সমূহৰ মাজত সম্পৰ্ক দেখুওৱা হয়।]]
'''পৰিসংখ্যা''' হৈছে এক বিজ্ঞান য'ত তথ্য আহৰণ, সংগঠিতকৰণ বা শ্রেণীভুক্তকৰণ, উপস্থাপন আৰু বিশ্লেষণ কৰা হয়।<ref name=ox>{{cite web | title=Oxford Reference|url=https://www.oxfordreference.com/view/10.1093/acref/9780199541454.001.0001/acref-9780199541454-e-1566?rskey=nxhBLl&result=1979}}</ref><ref>{{cite encyclopedia |first=Jan-Willem |last=Romijn |year=2014 |title=Philosophy of statistics |encyclopedia=Stanford Encyclopedia of Philosophy |url=http://plato.stanford.edu/entries/statistics/}}</ref><ref>{{cite web | title=Cambridge Dictionary | url=https://dictionary.cambridge.org/dictionary/english/statistics}}</ref> কোনো বৈজ্ঞানিক, ঔদ্যোগিক, বা সামাজিক ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানক প্ৰয়োগ কৰিবৰ বাবে কিছুমান তথ্য বা ডাটাৰ ব্যৱহাৰ কৰা হয়। এই তথ্যৰ প্ৰকাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে যেনেঃ পৃথিৱীত বাস কৰা লোকসকল, বা এটা শ্ৰেণীৰ পুৰুষ আৰু মহিলাৰ সংখ্যা ইত্যাদি। পৰিসংখ্যাই তথ্যৰ সৈতে জড়িত প্ৰতিটো দিশকেই অধ্যয়ন কৰে। তথ্য সংগ্ৰহৰ পৰিকল্পনাকে আদি কৰি প্ৰশ্ন তালিখাৰ আৰ্হি প্ৰস্তুত আৰু তথ্য সংগ্ৰহৰ পদ্ধতি নিৰ্নয়কো পৰিসংখ্যাই বিবেচনা কৰে।<ref name=Dodge>Dodge, Y. (2006) ''The Oxford Dictionary of Statistical Terms'', Oxford University Press. {{isbn|0-19-920613-9}}</ref>
 
===আৰম্ভণি===
পৰিসংখ্যাক গণিতৰ এক শাখা বা গণিতৰ এক অংগ বুলি বিবেচনা কৰা হয় যি, তথ্য সংগ্ৰহ, সংগঠিতকৰণ, উপস্থাপন আৰু বিশ্লেষণৰ সৈতে জড়িত।<ref>Moses, Lincoln E. (1986) ''Think and Explain with Statistics'', Addison-Wesley, {{isbn|978-0-201-15619-5}}. pp. 1–3</ref><ref>Hays, William Lee, (1973) ''Statistics for the Social Sciences'', Holt, Rinehart and Winston, p.xii, {{isbn|978-0-03-077945-9}}</ref>
যদিও পৰিসংখ্যাই ডাটা সংগ্ৰহ কৰি ইয়াৰ ওপৰত কৰা বিশ্লেষণ আৰু ইয়াৰ জড়িয়তে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া এক অনিচ্ছয়তাৰ আৱৰ্তত থাকে, তথাপিও কোনো কোনো ব্যক্তিৰ মতে পৰিসংখ্যা, গণিতৰ এক শাখা হোৱাৰ বিপৰীতে ই এক সুকীয়া গাণিতিক বিজ্ঞান।<ref>{{cite book |last=Moore |first=David |title=Statistics for the Twenty-First Century |publisher=The Mathematical Association of America |editor=F. Gordon |editor2=S. Gordon |location=Washington, DC |year=1992 |pages=14–25 |chapter=Teaching Statistics as a Respectable Subject |isbn=978-0-88385-078-7 |url=https://archive.org/details/statisticsfortwe0000unse }}
</ref><ref>{{cite book |last=Chance |first=Beth L. |author2=Rossman, Allan J. |title=Investigating Statistical Concepts, Applications, and Methods |publisher=Duxbury Press |year=2005 |chapter=Preface |isbn=978-0-495-05064-3 |chapter-url=http://www.rossmanchance.com/iscam/preface.pdf}}</ref>
 
===গাণিতিক পৰিসংখ্যা===
গাণিতিক পৰিসংখ্যা হৈছে পৰিসংখ্যাত গণিতৰ ব্যৱহাৰ। ইয়াত গাণিতিক কৌশল সমূহ যেনে: [[গণিতীয় বিশ্লেষণ]], [[ৰৈখিক বীজগণিত]], [[সম্ভাৱিতা]], সম্ভাৱিতাৰ সুত্ৰাৱলীসূত্ৰাৱলী, পাৰ্থক্য সূচক সমীকৰণ আদিৰ আলোচনা কৰা হয়।
 
=== মূল আৰু ইতিহাস ===
 
=== মূল আৰু ইতিহাস ===
[[File:Jerôme Cardan.jpg|thumb|right|upright=1.05|[[Gerolamo Cardano]], সম্ভাৱিতাৰ গাণিতিক বিশ্লেষণৰ বাটকটীয়া]]
পৰিসংখ্যাৰ ইংৰাজী প্ৰতিশব্দ 'Statistics' শব্দটি লেটিন শব্দ 'Statuss', ইটালীয় শব্দ 'Statista' বা জাৰ্মান শব্দ 'Statistik'ৰ পৰা উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়। 'statuss' আৰু 'statistik' শব্দৰ অৰ্থ 'ৰাষ্ট্ৰ' আৰু 'Statista' শব্দৰ অৰ্থ ৰাষ্ট্ৰৰ কাৰ্যাৱলী। ইয়াৰ পৰা বুজা যায় যে, ৰাষ্ট্ৰৰ কাম কাজ পৰিচালনাৰ বাবেই পৰিসংখ্যা বিজ্ঞানৰ উৎপত্তি হৈছে। ৰাষ্ট্ৰৰ বিভিন্ন তথ্য যেনেঃ জনসংখ্যা, জন্ম-মৃত্যুৰ হাৰ, আদি নিৰ্ধাৰণৰ ক্ষেত্ৰত পৰিসংখ্যাৰ ব্যৱহাৰ হয়। ৮ আৰু ১৩ শতাব্দীৰ মাজৰ ইছলামিক স্বৰ্ণ যুগৰ সময় চোৱাত আৰৱ গণিতজ্ঞ আৰু আৰু সাংকেতিক বাৰ্তা লিখোঁতাৰ দ্বাৰা সম্ভাৱিতা আৰু পৰিসংখ্যাৰ ব্যৱহাৰ হোৱা বুলি ধৰা হয়। আল-খালিলে(৭১৭-৭৮৬) সাংকেতিক বাৰ্তাৰ ওপৰত লিখা গ্ৰন্থ খনত স্বৰধ্বনি যুক্ত আৰু অযুক্ত সকলো সম্ভৱপৰা আৰৱী শব্দৰ তালিকা প্ৰস্তুত কৰিবলৈ পোন প্ৰথমবাৰৰ বাবে বিন্যাস আৰু জোটৰ ব্যৱহাৰৰ কৰিছিল।<ref name="LB">{{cite journal|last=Broemeling|first=Lyle D.|title=An Account of Early Statistical Inference in Arab Cryptology|journal=The American Statistician|date=1 November 2011|volume=65|issue=4|pages=255–257|doi=10.1198/tas.2011.10191}}</ref> পৰিসংখ্যা বিজ্ঞানৰ আটাইতকৈ পুৰণি কিতাপ খনৰ পাণ্ডুলিপি লিখিছিল আৰৱী পণ্ডিত আল-কিন্দিয়ে। ৮০১-৮৭৩ শতাব্দীত লিখা এই কিতাপখনত তেওঁ সাংকেতিক বাৰ্তাৰ ক্ষেত্ৰত পৰিসংখ্যা আৰু বাৰংবাৰতা কিদৰে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে লিখিছিল। এই পাণ্ডুলিপিয়ে পৰিসংখ্যা বিজ্ঞান আৰু সাংকেতিক বার্তাৰ জগত খনত এটা ভেটি প্ৰতিষ্ঠা কৰিলে।<ref name=sim2000>{{cite book|last=Singh|first=Simon|authorlink=Simon Singh|title=The code book : the science of secrecy from ancient Egypt to quantum cryptography|year=2000|publisher=Anchor Books|location=New York|isbn=978-0-385-49532-5|edition=1st Anchor Books|title-link=The code book : the science of secrecy from ancient Egypt to quantum cryptography}}</ref><ref name=ibr1992>Ibrahim A. Al-Kadi "The origins of cryptology: The Arab contributions", ''[[Cryptologia]]'', 16(2) (April 1992) pp. 97&ndash;126.</ref>
 
===তথ্যসূত্ৰ===

{{Reflist}}
 
{{গণিতৰ ক্ষেত্ৰসমূহ}}
===তথ্যসূত্ৰ===
 
[[শ্ৰেণী:গণিত]]
[[শ্ৰেণী:পৰিসংখ্যা|*]]
"https://as.wikipedia.org/wiki/পৰিসংখ্যা"ৰ পৰা অনা হৈছে