বীজগণিত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
টেগ্‌: ২০১৭ উৎস সম্পাদনা
133 নং শাৰী:
 
৪.শূন্যৰ বাদে এটা বাস্তৱ সংখ্যাৰ প্ৰতিলোম:
 
যদি a এটা বাস্তৱ সংখ্যা(য'ত a ৰ মান শূণ্য নহয়) তেন্তে তাৰ প্ৰতিলোম হ'ব-
 
1/a আৰু
a × (1/a) = 1
 
৫.যোগাত্মক বিপৰীত:
 
যিকোনো এটা সংখ্যা a ৰ যোগাত্মক বিপৰীত হ'ব -a
আৰু
-a ৰ যোগাত্মক বিপৰীত a।
 
a + (- a) = 0
"https://as.wikipedia.org/wiki/বীজগণিত"ৰ পৰা অনা হৈছে