শঙ্কৰ দয়াল শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মৃত্যু: Reference edited with ProveIt
No edit summary
50 নং শাৰী:
}}
 
'''শঙ্কৰ দয়াল শৰ্মা''' ({{Lang-en|Shankar Dayal Sharma}}) {{audio|Sds.ogg|pronunciation}} (১৯ আগষ্ট ১৯১৮- ২৬ ডিচেম্বৰ ১৯৯৯) ভাৰতৰ নৱম [[ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা|ৰাষ্ট্ৰপতি]] আছিল। তেখেতৰ কাৰ্যকাল আছিল ১৯৯২-১৯৯৭। ইয়াৰ পূৰ্বে তেখেত ৰাষ্ট্ৰপতি আৰ. ভেংকটাৰমণৰ কাৰ্যকালত ভাৰতৰ অষ্টম উপ-ৰাষ্ট্ৰপতিৰ পদত অঘিষ্ঠিত আছিল। তেখেতে ভূপাল ৰাজ্যৰ মুখ্যমন্ত্ৰী ৯১৯৫২-১৯৫৬) আৰু কেবিনেট মন্ত্ৰীও (১৯৫৬- ১৯৬৭) আছিল। ১৯৭২ৰ পৰা ১৯৭৪লৈ তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আৰু ১৯৭৪ৰ পৰা ১৯৭৭লৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল।<ref name="today">{{Cite web |title=Remembering Shankar Dayal Sharma, the President of India who believed in shaming offenders with acts of kindness |url=https://www.indiatoday.in/education-today/gk-current-affairs/story/shankar-dayal-sharma-anniversary-1417433-2018-12-26 |accessdate=25-10-2019}}{{Cite web |title=Remembering Shankar Dayal Sharma, the President of India who believed in shaming offenders with acts of kindness |url=https://www.indiatoday.in/education-today/gk-current-affairs/story/shankar-dayal-sharma-anniversary-1417433-2018-12-26 |accessdate=25-10-2019}}</ref>
 
==Education and early life==
57 নং শাৰী:
==Presidential election==
==মৃত্যু==
জীৱনৰ শেষ পাঁচবছৰ শঙ্কৰ দয়াল শৰ্মাৰ শৰীৰ ৰোগ-ব্যাধিয়ে আগুৰি ধৰিছিল। ১৯৯৯ৰ ২৬ ডিচেম্বৰৰ দিনা গুৰুতৰ হাৰ্ট এটেক হোৱা বাবে তেখেতক দিল্লীৰ এখন হাস্পাতালত ভৰ্তি কৰা হৈছিল আৰু তাতেই তেখেতৰ মৃত্যু হৈছিল। ''কৰ্মভূমি''ত তেখেতৰ শৱ সৎকাৰ কৰা হৈছিল। মৃত্যুৰ সময়ত তেখেতে প্ৰথম পত্নীৰ ফালৰ পৰা এজন পুত্ৰ সতীশ দয়াল শৰ্মা আৰু দ্বিতীয় পত্নী বিমলা শৰ্মাৰ ফালৰ পৰা আন এজন পুত্ৰ আশুতোষ দয়াল শৰ্মাক এৰি থৈ যায়। তেখেতৰ জীয়াৰী গীতাঞ্জলীক স্বামী কংগ্ৰেছ সাংসদ ললিত মাকেনৰ সৈতে ১৩ জুলাই, ১৯৮৫ত নতুনদিল্লীৰ কীৰ্তি নগৰৰ মাকেনৰ বাসভৱনত খালীস্তানী উগ্ৰপন্থী হৰিন্দৰ সিং, সুখদেৱ সিং আৰু ৰঞ্জিতসিং ওৰফে কুক্কিয়ে গুলিয়াই হত্যা কৰে।<ref name="today">{{Cite web |title=Remembering Shankar Dayal Sharma, the President of India who believed in shaming offenders with acts of kindness |url=https://www.indiatoday.in/education-today/gk-current-affairs/story/shankar-dayal-sharma-anniversary-1417433-2018-12-26 |accessdate=25-10-2019}}{{Cite web |title=Remembering Shankar Dayal Sharma, the President of India who believed in shaming offenders with acts of kindness |url=https://www.indiatoday.in/education-today/gk-current-affairs/story/shankar-dayal-sharma-anniversary-1417433-2018-12-26 |accessdate=25-10-2019}}</ref>
 
==References==