আইনাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''আইনাম''' অসমৰ লোকগীতসমূহৰ ভিতৰত এটা প্ৰধান ভাগ হৈছে আইনাম৷...
 
No edit summary
6 নং শাৰী:
*যেই বস্তু দিওঁ মাতৃ সেই বস্তু চুৱা। আপােনাৰ নামে মাতৃ আপুনি সন্তোষ হােৱা ৷
 
আই বা শীতলা দেৱীৰ সাত বাই-ভনীৰ আগমনত ভক্তা নামতীসকলৰ কল্পনাত প্ৰকৃতিৰ অভাৱনীয় পৰিৱৰ্তন আৰু সৌন্দর্য কেনেদৰে পৰিস্ত হৈছে তাৰ প্রকৃষ্ট নিদর্শন তলৰ গীতটিয়েই দাঙি ধৰিব। <ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবিত্ত, পৃষ্ঠা-২২</ref>
 
উজাই আহিলে আইৰ সাতৈ ভনী সাতালি পৰবেত জুৰি
17 নং শাৰী:
মূৰৰে কেশেৰে পাৱ মলচিম, দেহৰে পাৰি দিম সাঁকো।
 
শেষৰ শাৰীটোত আয়তীসকলৰ আত্মসমর্পণৰ ভাৱ, ভক্তিতগতচিত্ততা সুন্দৰভাৱে প্ৰকাশ পাইছে । যি অনুষ্ঠানসমূহক ভেটি কৰি এই গীতবােৰ ৰচিত হৈছে সেই অনুষ্ঠানবােৰ প্ৰাচীন হলেও মুখে মুখে আহি গীতবােৰৰ ভাষা আধুনিক হৈছে। <ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবিত্ত, পৃষ্ঠা-২২</ref>
 
==তথ্যসূত্ৰ==
{{reflist}}
 
[[শ্ৰেণী:অসমৰ লোকসংস্কৃতি]]
[[শ্ৰেণী: অসমৰ লোকগীত]]
"https://as.wikipedia.org/wiki/আইনাম"ৰ পৰা অনা হৈছে