ইন্দৰ কুমাৰ গুজৰাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
59 নং শাৰী:
==প্ৰাৰম্ভিক জীৱন==
১৯১৯ চনৰ ৪ ডিচেম্বৰত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত পঞ্জাব প্ৰদেশৰ পৰী দাৰৱাজা ঝিলামত পাঞ্জাৱী হিন্দু খত্ৰী পৰিয়ালত ইন্দৰ কুমাৰ গুজৰালৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম অৱতাৰ নাৰায়ণ আৰু পুষ্পা গুজৰাল। তেওঁ পঞ্জাব বিশ্ববিদ্যালয়ৰৰ অন্তৰ্গত দয়ানন্দ এংলো বেদিক স্কুল চিষ্টেম কলেজ, হেইলি কলেজ অফ কমাৰ্চ আৰু ফৰ্মেন খ্ৰীষ্টান কলেজত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰিছিল।<ref name="pioneer">{{cite news|url=http://www.tribuneindia.com/2012/20121201/main1.htm |title=Ex-Prime Minister IK Gujral dies at 92 |publisher=Tribune India |date=1 December 2012 |accessdate=1 December 2012}}</ref> ইয়াৰ বাবে তেওঁ [[ভাৰত ত্যাগ আন্দোলন]]ৰ সময়ত ১৯৪২ চনত কাৰাবাস খাটিছিল।<ref name="indep">{{cite news|url=https://www.independent.co.uk/news/world/indian-intrigue-on-hold-as-pm-is-sworn-in-1268624.html|title= Indian intrigue on hold as PM is sworn in|last=McGirk|first=Jan|date=22 April 1997|work=[[The Independent]]|accessdate=25 January 2010|location=India}}</ref> ছাত্ৰ অৱস্থাত তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰিছিল।<ref name="dna"/> ১৯৪৫ চনৰ ২৬ মে' তাৰিখে তেওঁ শীলা গুজৰালৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।<ref>http://www.pmindia.gov.in/en/former_pm/shri-inder-kumar-gujral/</ref><ref>{{Cite book | url=https://books.google.com/?id=JhXmEYWHDHYC&pg=PA133&lpg=PA133&dq=Shiela+Gujral+1924#v=onepage&q=Shiela%20Gujral%201924&f=false |title = International Who's Who in Poetry 2004|isbn = 9781857431780|last1 = Publications|first1 = Europa|year = 2003}}</ref><ref>http://www.thehindu.com/news/national/sheila-gujral-passes-away/article2219383.ece</ref> তেওঁলোকৰ দুজন পুত্ৰ ৰাজ্যসভাৰ সাংসদ নৰেশ গুজৰাল আৰু বিশাল গুজৰাল। ইন্দৰ গুজৰালৰ ভাতৃ সতীশ গুজৰাল বিশ্ববিখ্যাত চিত্ৰশিল্পী আৰু ভাস্কৰ্যবিদ।
==কৰ্মজীৱন==
তেওঁ ১৯৫৮ চনত নতুন দিল্লী পৌৰসমিতিৰ উপাধ্যক্ষ পদ লাভ কৰিছিল।<ref>{{cite web |title=NMDC History |url=http://www.ndmc.gov.in/AboutNdmc/History.aspx |publisher=NMDC |access-date=10 December 2012 |url-status=dead |archive-url=https://web.archive.org/web/20121215025220/http://www.ndmc.gov.in/AboutNdmc/History.aspx |archive-date=15 December 2012 |df=dmy-all}}</ref> ১৯৬৪ চনত তেওঁ [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ত যোগদান কৰে।<ref name="et"/> তেওঁৰ লগত [[ইন্দিৰা গান্ধী]]ৰ ভাল সম্পৰ্ক আছিল আৰু ১৯৬৪ চনৰ এপ্ৰিল মাহত তেওঁ [[ৰাজ্যসভা]]লৈ নিৰ্বাচিত হয়। ১৯৭৫ চনৰ ভাৰতৰ আপাতকালৰ সময়ত তেওঁ তথ্য আৰু সম্প্ৰসাৰণ মন্ত্ৰী আছিল। তেওঁ সেই সময়ত [[দূৰদৰ্শন]]ৰ দায়িত্বত আছিল। তেওঁ আকৌ ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু ১৯৭৬ চনলৈ সাংসদৰ দায়িত্ব পালন কৰে। পিছলৈ তেওঁক ইন্দিৰা গান্ধীয়ে ছোভিয়েট সংঘৰ ৰাষ্ট্ৰদূত নিযুক্ত কৰে।<ref name="pioneer"/><ref name="dna"/><ref name="hindu"/><ref name=zeenews>{{cite news|title=Former PM IK Gujral cremated with full state honours|url=http://zeenews.india.com/news/nation/former-pm-ik-gujral-to-be-given-state-funeral-today_813934.html|accessdate=1 December 2012|newspaper=Zee News|date=2 December 2012}}</ref><ref name="et"/> পিছলৈ তেওঁক পৰিকল্পনা মন্ত্ৰণালয়লৈ নিযুক্ত কৰা হয়।<ref name="dna"/>
==তথ্য উৎস==
{{reflist}}