ইন্দৰ কুমাৰ গুজৰাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
61 নং শাৰী:
 
==কৰ্মজীৱন==
তেওঁ ১৯৫৮ চনত নতুন দিল্লী পৌৰসমিতিৰ উপাধ্যক্ষ পদ লাভ কৰিছিল।<ref>{{cite web |title=NMDC History |url=http://www.ndmc.gov.in/AboutNdmc/History.aspx |publisher=NMDC |access-date=10 December 2012 |url-status=dead |archive-url=https://web.archive.org/web/20121215025220/http://www.ndmc.gov.in/AboutNdmc/History.aspx |archive-date=15 December 2012 |df=dmy-all}}</ref> ১৯৬৪ চনত তেওঁ [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ত যোগদান কৰে।<ref name="et"/> তেওঁৰ লগত [[ইন্দিৰা গান্ধী]]ৰ ভাল সম্পৰ্ক আছিল আৰু ১৯৬৪ চনৰ এপ্ৰিল মাহত তেওঁ [[ৰাজ্যসভা]]লৈ নিৰ্বাচিত হয়। ১৯৭৫ চনৰ ভাৰতৰ আপাতকালৰ সময়ত তেওঁ তথ্য আৰু সম্প্ৰসাৰণ মন্ত্ৰী আছিল। তেওঁ সেই সময়ত [[দূৰদৰ্শন]]ৰ দায়িত্বত আছিল। তেওঁ আকৌ ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু ১৯৭৬ চনলৈ সাংসদৰ দায়িত্ব পালন কৰে। পিছলৈ তেওঁক ইন্দিৰা গান্ধীয়ে ছোভিয়েট সংঘৰ ৰাষ্ট্ৰদূত নিযুক্ত কৰে।<ref name="pioneer"/><ref name="dna"/><ref name="hindu"/><ref name=zeenews>{{cite news|title=Former PM IK Gujral cremated with full state honours|url=http://zeenews.india.com/news/nation/former-pm-ik-gujral-to-be-given-state-funeral-today_813934.html|accessdate=1 December 2012|newspaper=Zee News|date=2 December 2012}}</ref><ref name="et"/> পিছলৈ তেওঁক পৰিকল্পনা মন্ত্ৰণালয়লৈ নিযুক্ত কৰা হয়।<ref name="dna"/>
===জনতা দল===
১৯৮০ৰ দশকত তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। তাৰপিছত তেওঁ জনতা দলত যোগদান কৰে।<ref name="hindu"/><ref name=punjabnews>{{cite news|title=Remembering IK Gujral|url=http://punjabnewsexpress.com/news/12319-Remembering-IK-Gujral--.aspx|access-date=1 December 2012|newspaper=Punjab News Express|date=30 November 2012|url-status=dead|archive-url=https://web.archive.org/web/20121203062843/http://www.punjabnewsexpress.com/news/12319-Remembering-IK-Gujral--.aspx|archive-date=3 December 2012|df=dmy-all}}</ref> ১৯৮৯ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ জলন্ধৰ লোকসভা সমষ্টিৰ পৰা [[লোকসভা]]লৈ নিৰ্বাচিত হয়। তাৰপিছত তেওঁ প্ৰধানমন্ত্ৰী [[বিশ্বনাথ প্ৰতাপ সিং]]ৰ কেবিনেটত বিদেশ মন্ত্ৰীৰ পদ লাভ কৰে।<ref name="pioneer"/><ref>[http://www.sunday-guardian.com/news/lalu-introduced-gujral-as-gujjar-to-the-people-of-patna Lalu introduced Gujral as ‘Gujjar’ to the people of Patna]</ref> ১৯৯২ চনত তেওঁ লালু প্ৰসাদ যাদৱৰ সহায়ত ৰাজ্যসভালৈ নিৰ্বাচিত হয়।<ref name="pioneer"/>
 
১৯৯৬ চনত ইউনাইটেড ফ্ৰণ্টৰ চৰকাৰত তেওঁ এইছ ডি দেৱেগৌড়াৰ কেবিনেটত বিদেশ মন্ত্ৰীৰ পদ লাভ কৰে।<ref name="hindu"/><ref name=punjabnews/><ref name="dna"/> ইয়াৰ লগতে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয় সংযোগ আৰু সংসদীয় পৰিক্ৰমা, তথ্য আৰু সম্প্ৰচাৰণ, শ্ৰম আৰু গৃহ পৰিকল্পনাৰ মন্ত্ৰী বা ৰাজ্যিক মন্ত্ৰীৰ পদ চম্ভালিছিল।<ref name=dailybhaskar>{{cite news|title=RIP IK Gujral: A look at the man who gave India 'Gujral doctrine'|url=http://daily.bhaskar.com/article/NAT-TOP-rip-ik-gujral-a-look-at-the-man-who-gave-india-gujral-doctrine-4094844-NOR.html|accessdate=1 December 2012|newspaper=Daily Bhaskar|date=30 November 2012}}</ref>
 
১৯৯৭ চনৰ এপ্ৰিল মাহত কংগ্ৰেছে ইউনাইটেড ফ্ৰণ্টৰ চৰকাৰৰ পৰা সমৰ্থন ঘূৰাই লয়। ইয়াৰ ফলত চৰকাৰ ভংগ হয়। পিছলৈ কংগ্ৰেছে অন্য এজন নেতাৰ প্ৰতিনিধিত্বত চৰকাৰ গঠন কৰিলে সমৰ্থন কৰিব বুলি কথা দিয়াত ১৯৯৭ চনৰ ২১ এপ্ৰিলত [[ইন্দৰ কুমাৰ গুজৰাল]] ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
তেওঁ [[বাংলাদেশ]]ৰ মুক্তিযোদ্ধা সন্মান লাভ কৰিছিল।
 
==মৃত্যু==
২০১২ চনৰ ১৯ নৱেম্বৰ তাৰিখে হাৰিয়ানাৰ গুৰুগ্ৰামত অৱস্থিত মেডান্তা হস্পিটেলত ইন্দৰ কুমাৰ গুজৰালক ভৰ্তি কৰোৱা হৈছিল।<ref>{{cite web|url=http://www.firstpost.com/politics/former-pm-ik-gujral-admitted-to-gurgaon-hospital-for-lung-infection-534644.html|title=Former PM, IK Gujral admitted to Gurgaon hospital for lung infection|accessdate=25 November 2012}}</ref> তাত তেওঁৰ হাওঁফাওঁৰ সংক্ৰমণ ধৰা পৰে।<ref>{{cite web|url=http://www.deccanherald.com/content/294296/i-k-gujral-stable-critical.html|title=I. K. Gujral stable but critical|accessdate=30 November 2012}}</ref> ২০১২ চনৰ ৩০ নৱেম্বৰ তাৰিখে তেওঁৰ ৯৩তম জন্মদিনৰ ৪ দিন আগতে তেওঁৰ মৃত্যু হয়।<ref name=deathfirstpost>{{cite news|title=Firstpost Politics India's diplomatic politician and former PM IK Gujral passes away|url=http://www.firstpost.com/politics/indias-diplomatic-politician-and-former-pm-ik-gujral-passes-away-540767.html|newspaper=[[First Post (India)]]}}</ref><ref>{{cite web|url=http://www.indiatimes.com/india/former-pm-i-k-gujral-passes-away-48871.html|title=Former Prime Minister I.K.Gujral Passes Away|work=The Times of India|accessdate=30 November 2012}}</ref><ref>{{cite web|url=http://www.rediff.com/news/report/former-pm-ik-gujral-passes-away/20121130.htm|title=Former PM I K Gujral passes away|accessdate=30 November 2012}}</ref>