ইন্দৰ কুমাৰ গুজৰাল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
61 নং শাৰী:
 
==কৰ্মজীৱন==
তেওঁ ১৯৫৮ চনত নতুন দিল্লী পৌৰসমিতিৰ উপাধ্যক্ষ পদ লাভ কৰিছিল।<ref>{{cite web |title=NMDC History |url=http://www.ndmc.gov.in/AboutNdmc/History.aspx |publisher=NMDC |access-date=10 December 2012 |url-status=dead |archive-url=https://web.archive.org/web/20121215025220/http://www.ndmc.gov.in/AboutNdmc/History.aspx |archive-date=15 December 2012 |df=dmy-all}}</ref> ১৯৬৪ চনত তেওঁ [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]ত যোগদান কৰে।<ref name="et"/> তেওঁৰকৰে।তেওঁৰ লগত [[ইন্দিৰা গান্ধী]]ৰ ভাল সম্পৰ্ক আছিল আৰু ১৯৬৪ চনৰ এপ্ৰিল মাহত তেওঁ [[ৰাজ্যসভা]]লৈ নিৰ্বাচিত হয়। ১৯৭৫ চনৰ ভাৰতৰ আপাতকালৰ সময়ত তেওঁ তথ্য আৰু সম্প্ৰসাৰণ মন্ত্ৰী আছিল। তেওঁ সেই সময়ত [[দূৰদৰ্শন]]ৰ দায়িত্বত আছিল। তেওঁ আকৌ ৰাজ্যসভালৈ নিৰ্বাচিত হয় আৰু ১৯৭৬ চনলৈ সাংসদৰ দায়িত্ব পালন কৰে। পিছলৈ তেওঁক ইন্দিৰা গান্ধীয়ে ছোভিয়েট সংঘৰ ৰাষ্ট্ৰদূত নিযুক্ত কৰে।<ref name="pioneer"/><ref name=zeenews>{{cite news|title=Former PM IK Gujral cremated with full state honours|url=http://zeenews.india.com/news/nation/former-pm-ik-gujral-to-be-given-state-funeral-today_813934.html|accessdate=1 December 2012|newspaper=Zee News|date=2 December 2012}}</ref><ref name="et"/> পিছলৈ তেওঁক পৰিকল্পনা মন্ত্ৰণালয়লৈ নিযুক্ত কৰা হয়।<ref name="dna"/>
===জনতা দল===
১৯৮০ৰ দশকত তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। তাৰপিছত তেওঁ জনতা দলত যোগদান কৰে।<ref name=punjabnews>{{cite news|title=Remembering IK Gujral|url=http://punjabnewsexpress.com/news/12319-Remembering-IK-Gujral--.aspx|access-date=1 December 2012|newspaper=Punjab News Express|date=30 November 2012|url-status=dead|archive-url=https://web.archive.org/web/20121203062843/http://www.punjabnewsexpress.com/news/12319-Remembering-IK-Gujral--.aspx|archive-date=3 December 2012|df=dmy-all}}</ref> ১৯৮৯ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ জলন্ধৰ লোকসভা সমষ্টিৰ পৰা [[লোকসভা]]লৈ নিৰ্বাচিত হয়। তাৰপিছত তেওঁ প্ৰধানমন্ত্ৰী [[বিশ্বনাথ প্ৰতাপ সিং]]ৰ কেবিনেটত বিদেশ মন্ত্ৰীৰ পদ লাভ কৰে।<ref name="pioneer"/><ref>[http://www.sunday-guardian.com/news/lalu-introduced-gujral-as-gujjar-to-the-people-of-patna Lalu introduced Gujral as ‘Gujjar’ to the people of Patna]</ref> ১৯৯২ চনত তেওঁ লালু প্ৰসাদ যাদৱৰ সহায়ত ৰাজ্যসভালৈ নিৰ্বাচিত হয়।<ref name="pioneer"/>