আইনাম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
Reference edited with ProveIt
17 নং শাৰী:
 
'''আইনাম'''
অসমৰ [[লোকগীত]]সমূহৰ ভিতৰত এটা প্ৰধান ভাগ হৈছে আইনাম৷ লোকগীতবোৰক প্ৰধানত তিনিটা ভাগত ভগাব পাৰি৷ সেয়া হ’ল ক্ৰমে অনুষ্ঠানমূলক, আখ্যানমূলক আৰু বিবিধ বিষয়ক৷ আইনাম, [[বিয়ানাম]], [[বিহুগীত]] আদিবোৰ হৈছে অনুষ্ঠানমূলক লোকগীতৰ অন্তৰ্গত৷ <ref name=শৰ্মা>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবিত্ত, সত্যেন্দ্ৰনাথ শৰ্মা, সোমাৰ প্ৰকাশ, ২০১৩, পৃষ্ঠা-২১, ২২</ref>
আইনাম, সুবচনীৰ গীত, অপেচৰীৰ গীত, লখিমী সবাহৰ গীত, গোসাঁনী পূজাৰ গীত আদি গীতবোৰ প্ৰায় একে পৰ্যায়ৰে গীত৷ এই গীতবোৰ অনাখৰী লোকজীৱনৰ সম্পদ৷ ইয়াৰ ৰচকৰ নাম পোৱা নাযায়৷ সেয়েহে এই গীতবোৰ লোক সাহিত্যৰ অন্তৰ্গত৷ অসমৰ নাৰী সমাজত বিশেষকৈ গ্ৰাম্য পৰ্যায়ত এই গীতবোৰ প্ৰচলিত ৷প্ৰচলিত। বসন্ত নামৰ ৰোগবিধ মানুহৰ গাত ওলালে এই নাম গোৱা হয় ৷ হয়। [[বসন্ত ৰোগ]] ‘সাত গৰাকী আই বা দেৱীৰ’ কোপদৃষ্টিৰ বাবে হয় বুলি অসমৰ জনসমাজত যি বিশ্বাস আছে, সেই বিশ্বাসেই আইনামৰ জন্ম দিছে৷ এই সাতভনীক সন্তুষ্ট কৰিবৰ বাবেই আইনাম গোৱা হয়৷ অৱশ্যে বৰ্তমান সময়ত এই নামবোৰ বিলুপ্তিৰ পথত৷ বয়স অনুক্রমেঅনুক্ৰমে শাৰীৰিক বিকাশ নঘটিলে বা বিনাৰােগেবিনাৰোগে ল'ৰা-ছােৱালীছোৱালী শুকাই খীণাই গ'লে অপেচৰাৰ দোষ বুলি আইসকলে চোতালৰ মাজত অপেচৰা সবাহ পাতি গীত গায় গায়।<ref name="বিকাশ">{{Cite web |last=শৰ্মা |first=অলকেশ |year=২০১৯ |title=বসন্ত ৰোগৰ বাবে “আইনাম” প্ৰথা |url=http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ac9b89a89cd9a4-9f09979f0-9ac9be9ac9c7-201c9869879a89be9ae201d-9aa9cd9f09a59be |accessdate=২৬ অক্টোবৰ ২০১৯}}{{Cite web |last=শৰ্মা |first=অলকেশ |year=২০১৯ |title=বসন্ত ৰোগৰ বাবে “আইনাম” প্ৰথা |url=http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9ac9b89a89cd9a4-9f09979f0-9ac9be9ac9c7-201c9869879a89be9ae201d-9aa9cd9f09a59be |accessdate=২৬ অক্টোবৰ ২০১৯}}</ref> সেইদৰে সুবচনী দেৱীকো অসুখ- অশান্তি নিবাৰণ কৰিবৰ কাৰণে গীতেৰে স্তুতি প্রার্থনাপ্ৰাৰ্থনা কৰা হয় ।হয়। এই কেইগৰাকী উপদেৱীক মহামায়া বা দুর্গাৰেদুৰ্গাৰে অভিব্যক্তি বুলি বিশ্বাস কৰে ।কৰে। এই অনুষ্ঠানবােৰতঅনুষ্ঠানবোৰত আইসকলে গােৱাগোৱা গীতবােৰতগীতবোৰত নাৰীসুলভ কমনীয়তা, সৰল বিশ্বাস, প্রগাঢ়প্ৰগাঢ় ভক্তিৰ পৰিচয় পােৱাপোৱা যায়। দেৱক মাতৃ জ্ঞানেৰে, অতি আপােনজনৰআপোনজনৰ দৰে আন্তৰিক শ্রদ্ধাশ্ৰদ্ধা আৰু ভক্তিৰে গীতবােৰৰগীতবোৰৰ যােগেদিযোগেদি আহ্বান কৰা হয় ।হয়। ভাষাৰ সৰলতা আৰু সহানুভূতিৰ আন্তৰিকতা এই গীতবােৰৰগীতবোৰৰ বিশেষত্ব। যদি অনুভৱৰ আন্তৰিকতা ( sincerity of feeling) আৰু প্রকাশভঙ্গীৰপ্ৰকাশভঙ্গীৰ স্বচ্ছতাৰ কবিতাৰ কষটি শিল বুলি ধৰা হয় তেন্তে আইসকলে মুখে মুখে ৰচনা কৰা আত্মনিবেদনৰ নামবােৰেনামবোৰে শ্রেষ্ঠশ্ৰেষ্ঠ কবিতা ৰূপে দাবী কৰিব পাৰে ।পাৰে। আইসকলে ভগৱতীক পাৰ্থিৱ যি বস্তুকেই উপচাৰৰূপে আগবঢ়াই সন্তুষ্ট কৰিব খােজেখোজে সেই বস্তুৱেই কিবা নহয় কিবা কাৰণে অপৱিত্ৰ, সেই কাৰণে পুৱা-গধূলি নামপূজাৰেই পুজিবলৈ ভগৱতীৰ ওচৰত আকুতি জনাইছে-
 
*যেই বস্তু দিওঁ মাতৃ সেই বস্তু চুৱা।
*আপােনাৰআপোনাৰ নামে মাতৃ আপুনি সন্তোষ হােৱা ৷হোৱা।
 
আই বা শীতলা দেৱীৰ সাত বাই-ভনীৰ আগমনত ভক্তা নামতীসকলৰ কল্পনাত প্ৰকৃতিৰ অভাৱনীয় পৰিৱৰ্তন আৰু সৌন্দর্যসৌন্দৰ্য কেনেদৰে পৰিস্ত হৈছে তাৰ প্রকৃষ্টপ্ৰকৃষ্ট নিদর্শননিদৰ্শন তলৰ গীতটিয়েই দাঙি ধৰিব। <ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবিত্ত, পৃষ্ঠা-২২<name=শৰ্মা/ref>
 
*উজাই আহিলে আইৰ সাতৈ ভনী সাতালি পৰবেত জুৰি
*তৰু-তৃণলতা সবে দোঁৱাই মাথা আই আহিবৰে শুনি ।।শুনি।।
*সােণৰেসোণৰে চকৰি, উৰে জাকি মাৰি, ৰূপৰে দুখনি পাখি।
*চহৰ ফুৰিবলৈ আইলােকআইলোক আহিছে জীৱদান মাগিছে আমি ।।আমি।।
*নাজানি সােমালোসোমালো, আইৰ ফুলেবাৰী, নিচিনি চিঙিলোঁ কলি
*ইবাৰৰ দোষকে ক্ষমিবা গােসানীগোসানী মাতা চৰণত ধৰি ৷৷ধৰি।৷
*দুখীয়াৰ ঘৰলৈ আইলােকআইলোক আহিছে, দিবলৈ নাই যে একো।
*মূৰৰে কেশেৰে পাৱ মলচিম, দেহৰে পাৰি দিম সাঁকো।
 
শেষৰ শাৰীটোত আয়তীসকলৰ আত্মসমর্পণৰআত্মসমৰ্পণৰ ভাৱ, ভক্তিতগতচিত্ততা সুন্দৰভাৱে প্ৰকাশ পাইছে ।পাইছে। যি অনুষ্ঠানসমূহক ভেটি কৰি এই গীতবােৰগীতবোৰ ৰচিত হৈছে সেই অনুষ্ঠানবােৰঅনুষ্ঠানবোৰ প্ৰাচীন হলেও মুখে মুখে আহি গীতবােৰৰগীতবোৰৰ ভাষা আধুনিক হৈছে। <ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবিত্ত, পৃষ্ঠা-২২<name=শৰ্মা/ref>
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/আইনাম"ৰ পৰা অনা হৈছে