২০০৯ চনৰ অসমৰ বোমা বিস্ফোৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Reference edited with ProveIt
8 নং শাৰী:
| time =
| timezone =
| type = ২টা৪ টা বোমা
| fatalities = ৯<ref name="toi1">[http://timesofindia.indiatimes.com/Twin-blasts-in-Assam-7-killed-61-wounded/articleshow/4365349.cms Terror blasts ahead of PM's visit rock Assam, kill 9]</ref>
| injuries = ৬৩
14 নং শাৰী:
}}
 
'''২০০৯ চনৰ অসমৰ ধাৰাবাহিক বোমা বিস্ফোৰণ''' ২০০৯ চনৰ ৬ এপ্ৰিলত [[গুৱাহাটী]]ৰ মালিগাঁওমালিগাঁৱকে আৰুধৰি ঢেকিয়াজুলিঅসমৰ চাৰিটা অঞ্চলত সংঘটিত হৈছিল। অসমৰ পৰা নিৰ্বাচিত [[ৰাজ্যসভা]] সাংসদ তথা ভাৰতৰ প্ৰধানমন্ত্ৰী [[মনমোহন সিং|মনমোহন সিঙৰ]] অসম আগমণৰ পূৰ্বে এই ঘটনা ঘটিছিল। সেই সময়ত ২০০৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি আছিল।
 
==পাৰ্শ্ব ঘটনাৱলী ==
২০০৮ চনৰ [[মুম্বাই আক্ৰমণ]] আৰু অসমত ২০০৮ চন আৰু ২০০৯ চনৰ ১ জানুৱাৰীত ঘটা বোমা বিস্ফোৰণে [[উত্তৰ-পূব ভাৰত]]ৰ ৰাজ্যসমূহ অশান্ত কৰি ৰাখিছিল। [[মুম্বাই]] আক্ৰমণৰ পাছত নিৰ্বাচনী সময়ত সুৰক্ষা প্ৰক্ৰিয়া এক চিন্তাৰ বিষয় হৈ পৰিছিল। নিৰ্বাচনৰ সময়ছোৱাত সুৰক্ষা ব্যৱস্থা কপকপীয়া কৰাক লৈ নানা তৰ্ক-বিতৰ্কৰ সূত্ৰপাত ঘটিছিল।
 
==বিস্ফোৰণৰ দিন==
===সেইদিনা===
প্ৰথম বিস্ফোৰণটো কাৰ্বি আংলং জিলাত হৈছিল। ৬ এপ্ৰিলৰ আগছোৱাতআগবেলাতে উগ্ৰবাদী সংগঠন কাৰ্বি লংগ্ৰি নেচনেল লিবাৰেচন ফ্ৰণ্টৰ সন্দেহযুক্ত সদস্য‌ই [[কাৰ্বি আংলং জিলা]]ৰ মাজমজিয়াৰ বি এছ এফ শিবিৰৰ ওচৰত এটা বোমা বিস্ফোৰণ ঘটায়। সেই সময়ত শিবিৰৰ সেনাসকলে পথত তহল দি আছিল। প্ৰধানমন্ত্ৰী [[মনমোহন সিং|মনমোহন সিঙে]] জিলা সদৰ [[ডিফু]]ত এক নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা আছিল, কিন্তু আগদিনা কোনো অজ্ঞাত কাৰণত এয়া বাতিল কৰা হৈছিল।<ref>http://www.indianexpress.com/news/assam-militants-explode-bomb-near-bsf-camp/443690/ Assam militants explode bomb near BSF camp</ref> এই বিস্ফোৰণত কোনো লোক হতাহত নহ'ল।
দ্বিতীয়টো বিস্ফোৰণ গুৱাহাটীত ব্যস্ত মালিগাঁও অঞ্চলত হয়। মা সন্তোষী কেবিন ৰেস্তোৰাঁৰ ওচৰৰ পাৰ্কিং স্থানত এখন গাড়ীত এই বোমা ৰখা হৈছিল।<ref name="today">{{Cite web |year=6 April 2009 |title=4 blasts rock Assam; 8 killed, several hurt |url=https://www.indiatoday.in/latest-headlines/story/4-blasts-rock-assam-8-killed-several-hurt-43678-2009-04-06 |accessdate=26 Oct 2019}}</ref> দিনৰ প্ৰায় ২টাত হোৱা বোমা বিস্ফোৰণত ৭ জন লোক নিহত আৰু ৫৬ জন আহত হোৱা বুলি অসমৰ ডিজিপিয়ে জনায়। বোমা বিস্ফোৰণৰ ফলত জুই লাগি দুখন গাড়ী আৰু ২০ খন মটৰচাইকেল ভস্মীভূত হয় আৰু ওচৰৰে এটা তিনিমহলীয়া ঘৰলৈকে জুই বিয়পে। ৬ জন লোক ঘটনাস্থলীতে নিহত হৈছিল আৰু জুই লগা ঘৰ এটাৰ পৰা জপিয়াওতে আঘাত পাই এজন লোকৰ পাছত মৃত্যু হৈছিল।
 
মালিগাঁও বিস্ফোৰণৰ দুঘণ্টামানৰ পাছত [[শোণিতপুৰ জিলা]]ৰ ঢেকিয়াজুলিত চাইকেলত থোৱা এটা বোমা বিস্ফোৰণ ঘটি ৫ জন লোক আহত হয়। ইয়াৰে তিনিজন কেন্দ্ৰীয় সামৰিক বাহিনীৰ জোৱান আছিল।
==বোমা আক্ৰমণ==
মালিগাঁও অঞ্চলত দিনৰ প্ৰায় ২টাত হোৱা বোমা বিস্ফোৰণত ৭ জন লোক নিহত আৰু ৫৬ জন আহত হোৱা বুলি অসমৰ ডিজিপিয়ে জনায়। বোমা বিস্ফোৰণৰ ফলত জুই লাগি দুখন গাড়ী আৰু ২০ খন মটৰচাইকেল ভস্মীভূত হয় আৰু ওচৰৰে এটা তিনিমহলীয়া ঘৰলৈকে জুই বিয়পে।
 
সন্ধিয়া প্ৰায় ৭টাত এজন অজ্ঞাত লোকে [[ধুবুৰী জিলা]]ৰ মানকাচাৰ আৰক্ষী চকীলৈ এটা হেণ্ড গ্ৰেনেড নিক্ষেপ কৰাত দুজন আৰক্ষী গুৰুতৰভাৱে আহত হয়।<ref name="outlook"/>
কেইঘণ্টামানৰ পাছত ঢেকিয়াজুলিত চাইকেলত থোৱা এটা বোমা বিস্ফোৰণ ঘটি ৫ জন লোক আহত হয়। ৬ জন লোক ঘটনাস্থলীতে নিহত হৈছিল আৰু জুই লগা ঘৰ এটাৰ পৰা জপিয়াওতে আঘাত পাই এজন লোকৰ পাছত মৃত্যু হৈছিল।
 
==দোষী==
Line 31 ⟶ 32:
 
==প্ৰতিক্ৰিয়া==
প্ৰধানমন্ত্ৰী মনমোহন সিঙে এই ঘটনাৰ গৰিহণা দি নিহতসকলৰ পৰিয়াললৈ শোক বাৰ্তা প্ৰেৰণ কৰে। সুৰক্ষা ব্যৱস্থা উন্নত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুল প্ৰকাশ কৰে। অসমৰ মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]]য়ে সুৰক্ষা ব্যৱস্থাত আসোঁৱাহ থকা বুলি প্ৰকাশ কৰে। এই ঘটনা প্ৰতিহত কৰিব পৰা গ'হেঁতেন বুলি তেওঁ কয়।<ref>[[ name="CNN-IBN]].">{{Cite web |year=6 April 2009. 17|title=Eight dead, 80 hurt in India blasts |url=http:45//edition.cnn.com/2009/WORLD/asiapcf/04/06/india.bombing/index.html |accessdate=26 OCt 2019}}</ref>
 
==আৰু চাওক==