শঙ্কৰ দয়াল শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Reference edited with ProveIt
53 নং শাৰী:
 
==শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন==
ড° শৰ্মাই উচ্চশিক্ষা চেইণ্ট জনচ্ কলেজ, এলাহাবাদ বিশ্ববিদ্যালয়, লক্ষ্ণৌ বিশ্ববিদ্যালয়, ফিটজ ৱিলিয়াম কলেজ, কেমব্ৰিজ বিশ্ববিদ্যালয় আৰু লিংকনচ্ ইন এণ্ড হাভাৰ্ড ল কলেজত গ্ৰহণ কৰিছিল। তেখেতে ইংৰাজী, হিন্দী আৰু সংস্কৃত ভাষাত প্ৰথম স্থান অধিকাৰ কৰি স্নানকোত্তৰ উপাধি লৈছিল। লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা তেখেতে এল.এল.এমতো প্ৰথম স্থান পাই উত্তীৰ্ণ হৈছিল। তেখেতে কেমব্ৰিজৰ পৰা আইন বিষয়ত পি.এইচ.ডি. লাভ কৰিছিল। সমাজ সেৱাৰ বাবে তেখেতে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা চক্ৰৱৰ্তী সোণৰ পদক পাইছিল।<ref name="glorious">{{Cite web |title=Shankar Dayal Sharma |url=http://www.gloriousindia.com/biographies/shankar_dayal_sharma.html |accessdate=26-10-2019}}{{Cite web |title=Shankar Dayal Sharma |url=http://www.gloriousindia.com/biographies/shankar_dayal_sharma.html |accessdate=26-10-2019}}</ref>
 
তেখেতে লক্ষ্ণৌ আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল। কেমব্ৰিজত তেখেত টেগ'ৰ চোচাইটি এণ্ড কেমব্ৰিজ মজলিচৰ কোষাধ্যক্ষ আছিল। পিছলৈ তেখেত হাভাৰ্ড ল স্কুলৰ ফেল' হৈছিল।