শঙ্কৰ দয়াল শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Reference edited with ProveIt
63 নং শাৰী:
 
==সক্ৰিয় ৰাজনৈতিক জীৱন==
১৯৬০ৰ দশকত ইন্দিৰা গান্ধীয়ে কংগ্ৰেছৰ নেতৃত্ব দিয়াটোক সমৰ্থন কৰিছিল। ১৯৭২ত তেখেত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি হৈছিল আৰু এ.আই.চি.চি.ৰ কলকাতা অধিবেশনত সভাপতিত্ব কৰিছিল। ১৯৫৬ৰ পৰা ১৯৬৭লৈ তেখেত মধ্যপ্ৰদেশ চৰকাৰৰ শিক্ষা,আইন, ৰাজহুৱা সেৱা, উদ্যোগ আৰু বাণিজ্য,ৰাষ্ট্ৰীয় সম্পদ আৰু পৃথক ৰাজহ দপ্তৰৰ কেবিনেট মন্ত্ৰী, ১৯৭৪-১৯৭৭ লৈ কেন্দ্ৰীয় চৰকাৰৰ যোগাযোগ মন্ত্ৰী হৈছিল।<ref name="glorious" />
 
তেখেতে ৩ চেপ্তেম্বৰ ১৯৮৭ৰ পৰা ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱালৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ হৈ আছিল। তাৰ আগত তেখেতে তিনিখন ৰাজ্য, অন্ধ্ৰপ্ৰদেশ, পাঞ্জাৱ আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপালো আছিল।<ref name="glorious" />
 
==ৰাষ্ট্ৰপতি নিৰ্বাচন==