অমেৰুদণ্ডী প্ৰাণী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

26 নং শাৰী:
 
অন্য অমেৰুদণ্ডীতকৈ কিছুমান অমেৰুদণ্ডী, যেনে [[টিউনিকাটা]] আৰু [[লান্সেলেট]] মেৰুদণ্ডীৰ অধিক নিকট সম্পৰ্কীয়।
==অমেৰুদণ্ডী প্ৰাণীৰ সংখ্যা==
এই পৰ্যন্ত সকলোতকৈ বেছি সংখ্যক অমেৰুদণ্ডী প্ৰানী হৈছে [[পতংগ]] প্ৰজাতিৰ। আইইউচিএনৰ সংকটজনক প্ৰাণীৰ তালিকা ২০১৪.৩" অনুহৰি গুৰুত্বপূৰ্ণ অমেৰুদণ্ডী প্ৰাণীৰ টেক্সন'মি আৰু আনুমানিক সংখ্যা তলৰ তালিকাত দিয়া হল।<ref name=IUCN1014>The World Conservation Union. 2014. ''[[IUCN Red List of Threatened Species]]'', 2014.3. Summary Statistics for Globally Threatened Species. [http://cmsdocs.s3.amazonaws.com/summarystats/2014_3_Summary_Stats_Page_Documents/2014_3_RL_Stats_Table_1.pdf Table 1: Numbers of threatened species by major groups of organisms (1996–2014)].</ref>
{| class="wikitable"
|-
! অমেৰুদণ্ডী প্ৰাণী
! চিত্ৰ
! বৰ্ণিত প্ৰাণীৰ<br />আনুমানিক সংখ্যা<ref name=IUCN1014 />
|-
| [[পতংগ]]
| [[File:European wasp white bg02.jpg|140px]]
| align=right | ১,০০০,০০০
|-
| [[কোমলদেহী প্ৰাণী]]
| [[File:Grapevinesnail 01.jpg|140px]]
| align=right | ৮৫,০০০
|-
| [[ক্ৰাছটেছন]]
| [[File:J J Wild Pseudocarcinus cropped.jpg|140px]]
| align=right | ৪৭,০০০
|-
| [[প্ৰৱাল]]
| [[File:FFS Table bottom.jpg|140px]]
| align=right | ২,০০০
|-
| [[ইয়াৰাকনিড]]
| [[File:Spider.svg|140px]]
| align=right | ১০২,২৪৮
|-
| [[ভেলভেট কীট]]
| [[File:Aysheaia.jpg|140px]]
| align=right | ১৬৫
|-
| [[লিমুলাস|অশ্বখুৰাকৃতি কেঁকোৰা]]
| [[File:Carcinoscorpius rotundicauda (mangrove horseshoe crab).jpg|140px]]
| align=right | ৪
|-
| অন্যান্য<br /><small>[[জেলিফিছ]], [[কণ্টকচৰ্মী প্ৰাণী]],<br />[[পৰিফেৰা]], অন্যান্য [[কীট]] ইত্যাদি.</small>
|
| align=right | ৬৮,৬৫৮
|-
|
| align=right | '''মুঠ:'''
| align=right | '''১,৩০৫,০৭৫'''
|}
 
আইইউচিএন (IUCN)ৰ হিচাপত আনুমানিক ৬৬,১৭৮ প্ৰজাতিৰ মেৰদণ্ডী প্ৰাণী এই পৰ্যন্ত নামকৰণ কৰা হৈছে। এই অণুযায়ী, প্ৰাণীজগতৰ ৯৫% তকৈও বেছি অমেৰুদণ্ডী প্ৰাণী।<ref name=IUCN1014 /> .
 
==তথ্য সংগ্ৰহ==
{{Reflist}}