অমেৰুদণ্ডী প্ৰাণী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

দিব্য দত্ত (আলোচনা)-ই কৰা 208385 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
26 নং শাৰী:
 
অন্য অমেৰুদণ্ডীতকৈ কিছুমান অমেৰুদণ্ডী, যেনে [[টিউনিকাটা]] আৰু [[লান্সেলেট]] মেৰুদণ্ডীৰ অধিক নিকট সম্পৰ্কীয়।
==নামকৰণ==
অমেৰুদণ্ডী প্ৰাণীৰ ইংৰাজী নাম "invertebrate" শব্দটো লেটিন ভাষাৰ ''vertebra'' অৰ্থাৎ সাধাৰণতে ''এটা সন্ধী'' আৰু কেতিয়াবা ''মেৰুদণ্ডীৰ ৰাজহাড়ৰ পৰা থকা এটা সন্ধী'' বুজোৱা শব্দটোৰ পৰা আহৰণ কৰা হৈছে। আনহাতে ''vertebra'' শব্দৰ ''সন্ধী'' বিষয়টো ''verto'' বা ''vorto'', অৰ্থাৎ ''ঘুৰিব পৰা'' শব্দৰ পৰা আহৰণ কৰা হৈছে।<ref name="Latin Tucker">{{cite book | author= Tucker, T. G.| title = A Concise Etymological Dictionary of Latin | publisher = Max Niemeyer Verlag | location = Halle (Saale)| year = 1931 | isbn = }}</ref> আগফালৰ ''in-'' পদাংশই "নহয়" বা "নথকা" বুজায়।<ref>{{cite book|last=Skeat|first=Walter William|title=An etymological dictionary of the English language|year=1882|publisher=Clarendon Press|page=301}}</ref>
 
==অমেৰুদণ্ডী প্ৰাণীৰ সংখ্যা==
এই পৰ্যন্ত সকলোতকৈ বেছি সংখ্যক অমেৰুদণ্ডী প্ৰানী হৈছে [[পতংগ]] প্ৰজাতিৰ। আইইউচিএনৰ সংকটজনক প্ৰাণীৰ তালিকা ২০১৪.৩" অনুহৰি গুৰুত্বপূৰ্ণ অমেৰুদণ্ডী প্ৰাণীৰ টেক্সন'মি আৰু আনুমানিক সংখ্যা তলৰ তালিকাত দিয়া হল।<ref name=IUCN1014>The World Conservation Union. 2014. ''[[IUCN Red List of Threatened Species]]'', 2014.3. Summary Statistics for Globally Threatened Species. [http://cmsdocs.s3.amazonaws.com/summarystats/2014_3_Summary_Stats_Page_Documents/2014_3_RL_Stats_Table_1.pdf Table 1: Numbers of threatened species by major groups of organisms (1996–2014)].</ref>