অমেৰুদণ্ডী প্ৰাণী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

দিব্য দত্ত (আলোচনা)-ই কৰা 208385 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
28 নং শাৰী:
==নামকৰণ==
অমেৰুদণ্ডী প্ৰাণীৰ ইংৰাজী নাম "invertebrate" শব্দটো লেটিন ভাষাৰ ''vertebra'' অৰ্থাৎ সাধাৰণতে ''এটা সন্ধী'' আৰু কেতিয়াবা ''মেৰুদণ্ডীৰ ৰাজহাড়ৰ পৰা থকা এটা সন্ধী'' বুজোৱা শব্দটোৰ পৰা আহৰণ কৰা হৈছে। আনহাতে ''vertebra'' শব্দৰ ''সন্ধী'' বিষয়টো ''verto'' বা ''vorto'', অৰ্থাৎ ''ঘুৰিব পৰা'' শব্দৰ পৰা আহৰণ কৰা হৈছে।<ref name="Latin Tucker">{{cite book | author= Tucker, T. G.| title = A Concise Etymological Dictionary of Latin | publisher = Max Niemeyer Verlag | location = Halle (Saale)| year = 1931 | isbn = }}</ref> আগফালৰ ''in-'' পদাংশই "নহয়" বা "নথকা" বুজায়।<ref>{{cite book|last=Skeat|first=Walter William|title=An etymological dictionary of the English language|year=1882|publisher=Clarendon Press|page=301}}</ref>
 
==শ্ৰেণীবিভাজন==
 
অমেৰুদণ্ডী প্ৰাণীক কেইবাটাও মূল শ্ৰেণীত ভাগ কৰা হৈছে, ইয়াৰে কিছুমান এতিয়াও [[জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন|বৰ্গীকৰণ]]ৰ দিশৰ পৰা বিবাদমান যদিও এতিয়াও ব্যৱহাৰ কৰি থকা হৈছে।<ref>{{cite web | url=https://www.reference.com/science/main-groups-invertebrates-30b0365b4702b5f8 | title=What Are the Main Groups of Invertebrates?}}</ref>
 
*[[একনলদেহী প্ৰাণী|স্পঞ্জ]] (''পৰিফেৰা'')
*[[কম্ব জেলীফিছ]] (''টেন'ফৰা'')
*[[স্নাইডেৰিয়া|হাইড্ৰা, জেলীফিছ, ছীএনামন আৰু প্ৰৱাল]] (''স্নাইডেৰিয়া'')
*[[কণ্টকচৰ্মী প্ৰাণী|তৰা মাছ, ছী আৰ্চিন, সামুদ্ৰীক তিঁয়হ]] (''কণ্টকচৰ্মী'')
*[[চেপেটা কৃমি]] (''প্লেটিহেলমিনথেছ'')
*[[ঘূৰণীয়া কৃমি|ঘূৰণীয়া বা ফিটা কৃমি]] (''নিমাট'ডা'')
*[[বলয়ী প্ৰাণী|কেঁচু আৰু জোক]] (''এনিলিডা'')
*[[সন্ধিপদী প্ৰাণী|পতংগ, মকৰা, ক্ৰুষ্টাচিয়ান আৰু মেৰীপড]] (''সন্ধিপদী'')
*[[কোমলদেহী প্ৰাণী|কাইটন, শামুক, বাইভালভছ, স্কুইড, আৰু অক্টোপাছ]] (''কোমলদেহী'')
 
 
==অমেৰুদণ্ডী প্ৰাণীৰ সংখ্যা==